কাৰ জয় ? কাৰ পৰাজয় ? LIVE

নাওবৈচাঃ ১১ম ৰাউণ্ডৰ অন্তত

কংগ্ৰেছঃ ভৰত নৰহ ৩৬৬২৫

নিৰ্দলীয়ঃ ৰাও গজেন্দ্ৰ সিং ৩৩৫৯০

অগপঃ  জয়ন্ত খাউণ্ড – ২৮৭৪৯
ৰাইজৰ দলঃ আজিজুৰ ৰহমান, ২৬২১২
ভৰত নৰহঃ ৩৫০০ ভোটত অগ্ৰগতি লাভ কৰিছে।


কলিয়াবৰ -কেশৱ মহন্ত
গোলাঘাটত-অজন্তা নেওগ
বিশ্বনাথত- প্ৰমোদ বৰঠাকুৰ
বিহালী-ৰঞ্জিত দত্ত
চতিয়া-পদ্ম হাজৰিকা
ছয়গাওঁ- ৰেকিবুদ্দিন আহমেদ
মৰিয়নী-ৰূপজ্যোতি কুৰ্মী
ছয়গাওঁ-ৰেকিবুদ্দিন আহমেদ


কমলপুৰ সমষ্টি একাদশ ৰাউণ্ড

বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ ৯,৫৪৮ টা ভোটত অগ্ৰগতি

ৰঙিয়া সমষ্টিত দশম ৰাউণ্ডৰ পিছত বিজেপিৰ প্ৰাৰ্থী ভৱেশ কলিতাৰ ১৭,৮৭৭ টা ভোটত অগ্ৰগতি


*UDALGURI ASSEMBLY ELECTION RESULT-2021*

*◆64-PANERY (After ROUND-5)*
BPF(Karuna Swargiary)-15,649
BJP(Biswajit Daimary)- 18,531
BJP LEAD BY2882

*◆69-UDALGURI (After ROUND-6)*
BPF(Rihon Daimari)-22,998
UPPL(Gobinda Ch Basumatary)-21,143
BPF LEAD BY 1,855

*◆70-MAJBAT (After ROUND-5)*

BJP(Jitu Kishan)-15,183
BPF(Charan Boro)-11,615
UPPL(Ratendra Daimari)-7,304
BJP LEAD BY 3568


HOJAI DIST ELECTION RESULTS

HOJAI
১৯ নং ৰাউণ্ডৰ অন্তত হোজাই সমষ্টিত বিজেপি প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষে লাভ কৰিছে ৯২৩৪২ টা ভোট৷ তাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী দেৱব্ৰত সাহাই লাভ কৰিছে মুঠ ৬২৬৩২ টা ভোট৷
১৯ নং ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থীগৰাকী ২৯৭১০ টা ভোটত আগবাঢ়ি আছে৷

LUMDING
১৯ নং ৰাউণ্ডৰ অন্তত লামডিঙৰ বিজেপি প্ৰাৰ্থী শিৱু মিশ্ৰই লাভ কৰিছে ৬১০৩৫ টা ভোট৷ তাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী স্বপন কৰে লাভ কৰিছে ৩৮৭১৯ টা ভোট৷ অষ্টম ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থীগৰাকী ২২৩১৬ টা ভোটত আগবাঢ়ি আছে৷

JAMUNAMUKH
১১ নং ৰাউণ্ডৰ অন্তত যমুনামুখৰ মহাজোটবন্ধনৰ প্ৰাৰ্থী সিৰাজুদ্দিন আজমলে লাভ কৰিছে ৪১৭৯১ টা ভোট৷ অগপৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ১২৩২৮ টা ভোট৷ তাৰ বিপৰীতে ৰাইজৰ দলৰ প্ৰাৰ্থী দিলোৱাৰা বেগম চৌধুৰীয়ে লাভ কৰিছে ৫৬১০ টা ভোট৷
অষ্টম ৰাউণ্ডৰ অন্তত সিৰাজুদ্দিন আজমল নিকটতম প্ৰতিদ্বন্দী অগপৰ প্ৰাৰ্থী চাদুল্লা ভুঞাতকৈ ২৯৪৬৩ টা ভোটত আগবাঢ়ি আছে৷


 

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.