Saturday, July 12, 2025
26.7 C
Guwahati
TOP NEWS:

কণ্ঠশিল্পী দ্বীপলিনা ডেকালৈ বলিউডৰ অভিনেতা ৰণবীৰ সিঙৰ শুভেচ্ছা : Video সন্দৰ্ভত শিল্পী গৰাকীয়ে কি কয়

- Advertisement -

 

যুৱ প্ৰজন্মৰ জনপ্ৰিয় অভিনেত্ৰী তথা কণ্ঠশিল্পী দ্বীপলিনা ডেকা ছ’চিয়েল মিডিয়াত অত্যন্ত জনপ্ৰিয় আৰু ব্যস্ত থাকে অভিনেত্ৰীগৰাকীৰ ।

প্ৰতিটো মূহুৰ্তত ব্যস্ত থাকে সামাজিক মাধ্যমত।

ইফালে শেহতীয়াকৈ এটা ভাইৰেল ভিডিঅয়ে সামাজিক মাধ্যম তোলপাৰ লগাইছে।

শেহতীয়াকৈ দ্বীপলিনা ডেকাই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে নিজৰ আহিবলগীয়া গুণগুণ শীৰ্ষক গীতটোৰ পোষ্টাৰ।

আৰু তেতিয়াৰ বাবেই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে অভিনেত্ৰী তথা কণ্ঠশিল্পীগৰাকী।  কিছুদিন পূৰ্বে বলীউদৰ জনপ্ৰিয় অভিনেতা ৰণবাৰী সিঙৰ এক বিশেষ শুভেচ্ছা বাৰ্তা ছচিয়েল মিডিয়াত আপলোড দিছিল দ্বীপলিনা ডেকাই ।
উক্ত পোষ্টটো মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল।

জনপ্ৰিয় অভিনেত্ৰী তথা কণ্ঠশিল্পী দ্বীপলিনা ডেকালৈ বলীউদৰ অভিনেতা ৰণবীৰে শুভেচ্ছা জ্ঞাপন শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছিল।
ইফালে এই বাৰ্তাটো কণ্ঠশিল্পী ডেকাই নিজে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল।

ইফালে সেই বিশেষ শুভেচ্ছা বাৰ্তাক লৈ শেহতীয়াকৈ সামাজিক মাধ্যমত জ্বলিছে জুই । চৰ্চাৰ চলিছে দিপলিনা ডেকাক সচাঁকৈয়ে বলিউডৰ অভিনেতা জনে শুভেচ্ছা দিছিল নে ধনৰ বিনিময়ত ক্ৰয় কৰিছিল শুভেচ্ছা বাৰ্তাটো এতিয়াও ৰহস্য মাজত।
কাৰণ বাতৰি লিখা সময়লৈকে শিল্পী দিপলিনা ডেকাই স্পষ্ট কৰা নাই যদিও সামাজিক মাধ্যমত চৰ্চাৰ চলিছে দ্বীপলিনা ডেকাই Bollywish নামৰ ৱেবচাইটটোৰ জৰিয়তে বাৰ্তাটো ক্ৰয় কৰা ।
কিন্তু বাতৰি লিখা সময়ত প্ৰকৃত ঘটনাটো জানিবলৈ শিল্পী দিপলিনা ডেকা যোগাযোগ কৰা হৈছিল যদিও যোগাযোগ সফল নোহোৱাত বিষয়টো স্পষ্ট কৰিব পৰা নগ’ল ।
প্ৰকৃতে শিল্পী দিপলিনা ডেকাই ৱেবচাইটৰ সহায়ত নে নিজেই অভিনেতা গৰাকীয়ে বাৰ্তাটো প্ৰেৰণ কৰিছিল সেয়া সময়ত হে স্পষ্ট হ’ব।

সংযোগ – শেহতীয়াকৈ শিল্পী গৰাকীয়ে অভিনেতা গৰাকীয়ে দিয়া শুভেচ্ছা সন্দৰ্ভত সামাজিক মাধ্যমত নিজৰ মন্তব্য প্ৰকাশ কৰিলে।

https://www.facebook.com/296080900853307/posts/1282269855567735/

Hot this week

ASSAM RIFLES CONDUCTS MEETING WITH BUSINESS COMMUNITY AT JAKURADHAR, JIRIBAM DISTRICT, MANIPUR

Assam Rifles conducted a meeting with the shopkeepers and...

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Indus Towers Partners with NEAID to Aid Flood Affected Communities in Assam, Manipur and Tripura

Guwahati, July 9, 2025:  Amid the devastating floods that...

ASSAM RIFLES SEIZE COUNTRY MADE LIQUOR WORTH ₹15L IN LEINANGPOKPI, JIRIBAM DISTRICT, MANIPUR

■ In a significant crackdown on illicit liquor trade...

Topics

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

Related Articles

Popular Categories

Assam
clear sky
26.3 ° C
26.3 °
26.3 °
85 %
0.7kmh
3 %
Fri
26 °
Sat
35 °
Sun
35 °
Mon
30 °
Tue
30 °