31.3 C
Guwahati
Tuesday, November 18, 2025
More

    শেহতীয়া আপডেটঃ

    সন্ধা-পয়লা সংযোগী পাগলাদিয়াৰ ওপৰৰ নতুন দলংৰ শুভাৰম্ভ

    সন্ধা-পয়লা সংযোগী পাগলাদিয়াৰ ওপৰৰ নতুন দলংৰ শুভাৰম্ভ ।

    শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচীৱ তথা স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাই ।

    এক দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান কৰি আজি শুভাৰম্ভ কৰা হয় সন্ধা-পয়লা সংযোগী পাগলাদিয়াৰ ওপৰত নৱ নিৰ্মিত দলংখন ।প্ৰায় পাচ বছৰ অন্তত মুকলি হ’ব এই দলংখন । ঠিকাদাৰৰ লেহেমীয়া গতিৰ বাবে দিনৰ পিছত দিন ধৰি পৰিতক্ত্য অৱস্থাত আছিল দলংখন । আজি নলবাৰী বাসীক সাময়ীক সকাহ প্ৰদান কৰি পাগলাদিয়া পাৰৰ ওপৰত নৱ নিৰ্মিত দলংখনৰ শুভাৰম্ভণী কৰা হয় । শুভাৰম্ভ কৰে নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচীৱ জয়ন্ত মল্ল বৰুৱাই । লগতে উপস্থিত থাকে বিজেপি জিলা সভাপতি ডাঃ মৃগাংক তালুকদাৰ আৰু বিজেপি কৰ্মকতা সকল ।

    নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds