বিহালীত নতুনকৈ ৪ জন আক্রান্ত কভিড-১৯ ত : ১০৫২ জনলৈ বৃদ্ধি কভিড-১৯ আক্ৰান্ত সংখ্যা ::
বিহালী১৭ জুলাই ::
দেওবাৰে বিহালীত বিভিন্ন স্হানত কভিড টেষ্ট কৰা পাছতে নতুনকৈ ৪ জন ব্যক্তি কোভিড১৯ত আক্রান্ত হোৱা তথ্য পোহৰলৈ আহে।
এই লৈ বিহালী সমষ্টিত মুঠ ১০৫২ জন দেওবাৰলৈকে কোভিড ১৯ ত আক্রান্ত হৈছে !উল্লেখযোগ্য যে বিহালী সমষ্টিত দিনটো ৫ শৰো অধিক জন লোকক কভিড টেষ্ট কৰা হৈছিল যদিও মাত্ৰ ৪ জন লোকৰ দেহত চিনাক্ত হয় কভিড-১৯ ।
Leave a Reply