বিহালীত নতুনকৈ  ৪ জন আক্রান্ত কভিড-১৯ ত : ১০৫২ জনলৈ বৃদ্ধি কভিড-১৯ আক্ৰান্ত সংখ্যা ::

 

বিহালীত নতুনকৈ  ৪ জন আক্রান্ত কভিড-১৯ ত :
১০৫২ জনলৈ বৃদ্ধি কভিড-১৯ আক্ৰান্ত সংখ্যা ::

বিহাল‌ী১৭ জুলাই ::

দেওবাৰে বিহালীত বিভিন্ন স্হানত কভিড টেষ্ট কৰা পাছতে নতুনকৈ ৪ জন ব্যক্তি কোভিড১৯ত আক্রান্ত হোৱা তথ্য পোহৰলৈ আহে।
এই লৈ বিহালী সমষ্টিত মুঠ ১০৫২ জন দেওবাৰলৈকে কোভিড ১৯ ত আক্রান্ত হৈছে !উল্লেখযোগ্য যে বিহালী সমষ্টিত দিনটো ৫ শৰো অধিক জন লোকক কভিড টেষ্ট কৰা হৈছিল যদিও মাত্ৰ ৪ জন লোকৰ দেহত চিনাক্ত হয় কভিড-১৯ ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.