শেহতীয়া আপডেটঃ

দিছপুৰ আৰক্ষীয়ে আটক কৰা প্ৰৱঞ্চক চাহনুৰ আলীৰ ঘটনাৰ নতুন মোৰ

  • ♦নলবাৰীৰ দীপ্তাৰ ঘৰত উদ্ধাৰ হ’ল ২৪ বেগ অবৈধ কম্বল
  • বাতৰি সংগ্ৰহ কৰিব যাওঁতে ঘটনাস্থলীত সাংবাদিকক দুৰ্ব্যৱহাৰ
  • ধৃত প্ৰবঞ্চক মেৰাজ ওৱাচিকুৰ ৰহমানৰ সংগী নলবাৰী জিলাৰ ডিপ্তা গাঁৱৰ চাহনুৰ আলীক দিছপুৰ আৰক্ষীয়ে
  • গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁৰ গাঁৱৰ লোকৰ মাজত নানা ধৰণৰ সন্দেহৰ সৃষ্টি।
  • অতি বিলাসী জীৱন যাপন কৰা ডিপ্তা গাঁৱৰ হাচমত আলীৰ পুত্ৰ চাহনুৰৰ আছিল সকলো দলৰে নেতা মন্ত্ৰী বিধায়কৰ লগত সু সম্পৰ্ক৷
  • চাহনুৰৰ এই কৰ্মকাণ্ডত লজ্জিত নলবাৰীৰ ডিপ্তাবাসী

  • স্থানীয় লোকে জানিব দিয়া মতে ধৃত চাহনুৰে গুৱাহাটীত কৰে চাকৰি ঠিকাৰ দালালী।
  • নিজকে বহু মন্ত্ৰী বিধায়কৰ ঘনিষ্ঠ বুলি প্ৰচাৰ চলাই চাকৰি ঠিকা দিয়াৰ নামত প্ৰৱঞ্চনাৰে বহু লোকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰি আত্মসাত কৰাৰ অভিযোগ।
  • স্থানীয় ৰাইজে চাৰনুৰৰ ঘৰত সন্দেহজনক সামগ্ৰী থকাৰ কথা নলবাৰী আৰক্ষীক জনোৱাত নলবাৰী আৰক্ষীয়ে চাহনুৰৰ ঘৰত আহি ২৪ বেগ অবৈধ কম্বল লাভ কৰে যদিও ঘটনাৰ বিষয়ে মৌনতা অৱলম্বন নলবাৰী আৰক্ষী।
  • গাঁৱৰ লোকে ১৯ জুলাইত দিশপুৰ থানাত অৱগত কৰোৱাত দিশপুৰ থানা আহি অবৈধ সামগ্ৰীবোৰ জব্দ কৰি লৈ যায়।
  • সেই সময়ত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক চাহনুৰৰ ভাতৃ শ্বাহজাহান সহিতে পৰিয়ালৰ লোকে
  • সাংবাদিকক অশ্ৰাব্য গালি গালাজ পাৰি খেদি পঠিয়াই।
  • এইক্ষেত্ৰত আৰক্ষীৰ ভূমিকাক সকলোৱে সন্দেহ ব্যক্ত কৰিছে।
  • আৰক্ষীয়ে ২৪ বেগ কম্বল লৈ কোনো ব্যক্তিক নজনোৱাকৈ লৈ যোৱাত স্থানীয় লোকৰ ক্ষোভ প্ৰকাশ।
  • স্থানীয় ৰাইজে এইগৰাকী হাইপ্ৰফাইল প্ৰৱঞ্চকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে ভালকৈ তদন্ত কৰিলে আৰু অধিক কেলেংকাৰী পোহৰলৈ আহিব বুলিও মত প্ৰকাশ কৰে।
album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.