31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    নিশা মোনাবাৰী নৱনিৰ্মিত টোল গেটত উদণ্ড যুৱকৰ তাণ্ডৱ। ঘটনাস্হলীত আৰক্ষী উপস্থিত video 

    নিশা মোনাবাৰী নৱনিৰ্মিত টোল গেটত উদণ্ড যুৱকৰ তাণ্ডৱ। ঘটনাস্হলীত আৰক্ষী উপস্থিত

    বিশ্বনাথ চাৰিআলি ২৪ অক্টোবৰ

    নিশাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মোনাবাৰীত একাংশ যুৱকৰ উদ্ভণ্ডালি আক্ৰমণত আহত হয় কেইবাজনো শ্ৰমিক।
    জানিব পৰা মতে বিহালী সমষ্টিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ মোনাবাৰীত একাংশ যুৱকে মদ্যপান কৰি টোল গেটত কৰ্মৰত কৰ্মচাৰী তথা শ্ৰমিকক আক্ৰমণ কৰা ফলত কেইবাজনো শ্ৰমিক আহত হয় এই অভিযোগ টোল গেটৰ কৰ্মৰত কৰ্মচাৰী তথা শ্ৰমিকৰ।

     

    উল্লেখযোগ্য যে মোনাবাৰীত নিৰ্মাণ কাৰ্য চলি থকা টোল গেটত থকা কেইজনমান শ্ৰমিক তথা কৰ্মচাৰীক সোমবাৰে নিশা প্ৰায় ১২ মান বজাত কোনো কথা নোহোৱাকৈ টোল গেটৰ কৰ্মচাৰী কেইজনক বিভিন্ন অশ্লীল ভাষাৰে গালি দিয়া লগতে ভাবুকি প্ৰদান কৰি এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰা লগতে শ্ৰমিক কেইজনক আক্ৰমণ কৰে  কৰে যুৱকৰ দলটোৱে।
    ইফালে ঘটনাৰ খবৰ পাই ঘটনা স্হলীত জিনজিয়া আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds