31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    কাইলৈৰ পৰা আৰম্ভ পালছ পলিঅ’ প্রতিষেধক প্ৰদান কাৰ্যসূচী

    ♦ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া পালছ পলিঅ’ প্রতিষেধক প্ৰদান কাৰ্যসূচী সুচাৰুৰূপে ৰূপায়ণৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাতে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলাত প্রায় ২ লাখ শিশুক প্রতিষেধক প্ৰদানৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে।

    ইয়াৰ বাবে ৪ হাজাৰ চিকিৎসক আৰু স্বাস্থ্যকর্মীক নিয়োজিত কৰা হৈছে। কাইলৈ বুথ পৰ্যায়ত অর্থাৎ স্বাস্থ্য কেন্দ্ৰত পলিঅ’ৰ প্ৰতিষেধক দিয়া হ’ব। ৪ আৰু ৫ মাৰ্চত স্বাস্থ্যকর্মীয়ে ঘৰে ঘৰে গৈ ৩ মাৰ্চত প্রতিষেধক নোলোৱা শিশুক প্ৰতিষেধক প্ৰদান কৰিব। সমান্তৰালকৈ বাছ আস্থান আদিতো স্বাস্থ্যকর্মীয়ে প্রতিষেধক প্রদান কৰিব৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds