31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    MOU BIHU|| Srijani Bhaswa Mahanta | Niranjan Goswami


    প্ৰতি,
    Srijani Bhaswa Mahanta আৰু লগতে “মৌ বিহু” গীতটিৰ সমূহ অভিনেতা – অভিনেত্ৰী নমস্কাৰ গ্ৰহণ কৰিব। কেইদিনমানৰ আগত আপোনালোকৰ শৃজনা ভাস্বতী মহন্ত আপোনাৰ “মৌ বিহু ” শীৰ্ষক গীতটিয়ে অসমীয়া ৰাইজৰ আৱেগক অপমান কৰিছে। গীতটোত আপোনালোকে অসমৰ জাতীয় উৎসৱ বিহুক বিকৃত ভাৱে উপস্থাপন কৰাৰ লগে অশ্লীল বিহুলৈ পৰিণত কৰিছে । গীতটো পৰিবেশন কৰোতে অসমীয়া জাতীয় পোচাকৰ পৰিৱৰ্তে আন পোচাক পৰিধান কৰি যি অশ্লীলতাৰে উপস্থাপন কৰিছে, ই আমাৰ জাতীয় উৎসৱ বিহুক অপমান কৰিছে। সেয়ে আপোনালোকৰ এনে কাৰ্যৰ গৰিহণা দিছো‌ আৰু অতি শীঘ্ৰে এনে কাৰ্যৰ ক্ষমা প্ৰাৰ্থনা সহ বিহুক শুদ্ধ ৰূপত উপস্থাপন কৰি আৰু যি অশ্লীলতাৰে উপস্থাপন কৰা গীতটিৰ ভিডিঅ’ সামাজিক মাধ্যমত মুকলি কৰিছিল সেই ভিডিঅ’ অতি সোনকালে মচি পেলাবলৈ আহ্বান জনালোঁ।
    ইতি
    অবিনাশ বৰা

     

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds