Thursday, June 12, 2025
35 C
Guwahati
TOP NEWS:

গোৱালপাৰা পূৱ সমষ্টিৰ বিধায়কগৃহলৈ যোৱা পথৰ কদৰ্য ৰূপ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

গোৱালপাৰা পূৱ সমষ্টিৰ বিধায়কগৃহলৈ যোৱা পথৰ কদৰ্য ৰূপ

 

অসম খবৰ ২৪ জুন ::

 

গোৱালপাৰা
গোৱালপাৰা জিলাৰ এটা বিশেষ পথ । পথটো এলা পেচা পথ নহয় ।

গৰাকী বিধায়কৰ ঘৰলৈ যোৱা এটা গুৰুত্বপূৰ্ণ পথ ।

গোৱালপাৰাৰ পূৱ সমষ্টিৰত আছে এই বিশেষ পথটো ৷

 

পথটোৰে  গোৱালপাৰা পূৱ সমষ্টিৰ বিধায়কৰ ঘৰলৈ যোৱা গুৰুত্বপূৰ্ণ এইটো পথ।

পথাৰলৈ যোৱা পথতকৈও কদৰ্যময় এই পথটো হৈছে গোৱালপাৰা পূৱৰ কংগ্ৰেছী বিধায়ক এ, কে, ৰচিদ আলমৰ ঘৰলৈ যোৱা পথ ৷

 

বছৰ বছৰ ধৰি গাঁৱখনৰ ৰাইজে এই বোকাৰে পৰিপূৰ্ণ পথটোৰে যাতায়ত কৰি ভূগিছে হাৰাশাস্তি।

বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পিছতো চৰকাৰ তথা স্থানীয় বিধায়ক আলমে পথটো নিৰ্মাণত  গুৰুত্ব  নিদিয়া  অভিযোগ উঠিছে।

স্থানীয় ৰাইজৰ ক্ষোভ দুবাৰকৈ বিধায়ক হোৱা আলমে পাহৰিছে নেকি  নিজ গাঁও তথা আপোন মানুহখিনিৰ কথা ৷

 

চহৰত ঘৰ নিৰ্মাণ  কৰি  বিধায়কে স্থায়ীভাৱে যেন পিঠি দিলে ৰাইজৰ ফালে ৷

 

যাৰ পৰিণাম  এই দৃশ্য দেখা গৈছে । ৰাইজৰ দাবী জন্ম গাওঁ নহ’লেও এই গাঁৱৰ গৃহৰ পৰাই নিৰ্বাচন খেলি বিধায়ক হোৱা এ,কে,ৰচিদ আলমে এই গ্ৰাম্য পথটো যাতায়াতৰ উপযুক্ত কৰি তোলাৰ বাবে নিশ্চয় গুৰুত্ব আৰোপ কৰিব বুলি আশা কৰিছে।

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ

Vdo byte দিছোঁ

- Advertisement -

Hot this week

অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসম বিধানসভাই ডিব্ৰুগড় বিমান বন্দৰৰ নাম ভাৰতৰত্ন ড° ভূপেন...

ASSAM RIFLES UNDERTAKES PRO ACTIVE MEASURES TO THWART HEALTH ISSUES POST FLOODS

● Following the recent flood rescue efforts in Tripura...

Topics

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ...

উৎকট গৰমঃ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়...

ASSAM RIFLES AND DRI RECOVER HEROINE WORTH ₹22.73 CRORE FROM KABUGANJ, ASSAM

In a major breakthrough Assam Rifles, in coordination with...

অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম

‘অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম৷...

Related Articles

Popular Categories

Assam
clear sky
32.4 ° C
32.4 °
32.4 °
68 %
0.4kmh
0 %
Thu
36 °
Fri
33 °
Sat
33 °
Sun
33 °
Mon
34 °