31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    অসম ৰাইফলছৰ লখৰা বেটেলিয়নৰ গছ পুলি ৰোপণ কাৰ্যসূচী

    অসম ৰাইফলছৰ লখৰা বেটেলিয়নৰ গছ পুলি ৰোপণ কাৰ্যসূচী ::

    বিশ্বনাথ ২৪ জুন ::

    অসম ৰাইফলছৰ মুখ্য কাৰ্যালয় 21 চেক্টৰ অসম ৰাইফলছ আৰু ইন্সপেক্টৰ জেনেৰেল অসম ৰাইফলছ (পূব)ৰ অধিনত লখৰা বিএন-এ বৃস্হপতিবাৰে গোলকীয় উষ্ণতা বৃদ্ধিৰ ওপৰত এক সজাগতা সভা আয়োজন কৰা লগতে গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাইফলছ দ্বাৰা এক গছ পুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে লখৰাত।

    ইয়াৰ ভিতৰত অশোক গছ, মধুৰিআম আৰু হাতী আপেলকে ধৰি প্ৰায় 100 টা গছপুলি ৰোপণ কৰে অসম ৰাইফলছে।
    বিশেষকৈ এই
    অনুষ্ঠানটোৰ আয়োজনৰ উদ্দেশ্য আছিল অসম ৰাইফলছৰ পৰিৱেশ সুৰক্ষিত কৰিবলৈ সকলো মানুহৰ মাজত এক সজাগতা সৃষ্টি কৰা লগতে পৰিৱেশ তন্ত্ৰ পুনৰুদ্ধাৰত অৰিহণা যোগোৱা।

    এই অনুষ্ঠানটোত মুঠ ৭২ জন অসম ৰাইফলছৰ কৰ্মী আৰু অসামৰিক লোকে অংশগ্ৰহণ কৰা কথা জানিবলৈ দিয়ে লখৰা অসম ৰাইফলছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds