31.3 C
Guwahati
Saturday, October 25, 2025
More

    শেহতীয়া আপডেটঃ

    অগ্নিপথ আঁচনি বাতিল, ২০০০ কোটি টকাৰ বান সাহার্য  দাবীত স্মাৰক পত্ৰ প্ৰধানমন্ত্ৰীলৈ চাহ শ্রমিক সংঘ,বিপ্লৱী যুৱ সন্থা, চি.পি.আই (এম.এল)ৰ ::

    বিশ্বনাথ ২৪ জুন ::

    শুক্ৰবাৰে প্রধান মন্ত্রী নৰেন্দ্ৰ মোদীলৈ বিহালী খণ্ড উন্নয়ন বিষয়া জড়িয়তে স্মাৰক পত্র প্ৰদান কৰে বিশ্বনাথ ৩ সংগঠনে।

    উল্লেখযোগ্য অলপতে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা অগ্নিপথ আচঁনি বাতিলৰ দাবী লগতে অসমত হোৱা বান বানপানী সমস্যা নিমূল কৰাৰ বাবে ২ হাজাৰ কোটি টকাৰ পেকেজ কেন্দ্ৰীয় চৰকাৰে পঘোষণা কৰা, বানপীড়িত ৰাইজক পৰ্যাপ্ত সাহাৰ্য প্ৰদান,অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা দাবীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দাবীত  বিহালী উন্নয়ন খণ্ড বিষয়া  জড়িয়তে ভাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ বিশ্বনাথ জিলাৰ চি পি আই এম এল জিলা সম্পাদক নাৰায়ণ পৌড়েল, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ বিশ্বনাথ চাৰ্কোল নৰোত্তম চুণ্ডী লগতে বিপ্লৱী যুৱ সন্থা (RYA) ৰাজ্যিক সদস্য মোকেশ চাহু স্বাক্ষৰিত এখনি স্মাৰক পত্ৰ প্ৰদান কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds