২০২৪ৰ জে ই ইৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। পৰীক্ষাৰ্থীসকলে jeemain.nta.ac.in ৱেবচাইটত গৈ ফলাফল চাব পাৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কৈছ যে, ২৩ গৰাকী শিক্ষাৰ্থীয়ে এই পৰীক্ষাত ১০০ শতাংশ নম্বৰ লাভ কৰিছে। ১১ লাখ ৭০ হাজাৰৰো অধিক শিক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
১০০ শতাংশ নম্বৰ লাভ কৰাসকলৰ ভিতৰত ৭ গৰাকী তেলেংগানাৰ, হাৰিয়ানা আৰু দিল্লীৰ দুগৰাকীকৈ, অন্ধ্ৰ প্ৰদেশ, ৰাজস্থান আৰু মহাৰাষ্ট্ৰৰ তিনিগৰাকীকৈ আৰু গুজাৰাট, কৰ্ণাটক আৰু তামিলনাডুৰ এগৰাকীকৈ শিক্ষার্থী আছে।



![JEE Main 2022 postponed again! Both the sessions in June and July [correction window closes today] – ThePrint – ANIPressReleases](https://static.theprint.in/wp-content/uploads/2022/04/jee_maindeef2022040808205720220408084336.jpg)
