Tuesday, June 3, 2025
32.7 C
Guwahati
TOP NEWS:

বিলাসীপাৰাত সুশাসন দিৱস পালন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিলাসীপাৰাৰ পৰা আলী আজাত ইছলামঃ সমগ্ৰ দেশৰ লগতে, ধুবুৰী জিলাৰ সীমান্ততৱৰ্তী দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ নায়েৰ আলগা মণ্ডলৰ অন্তৰ্গত, মছলাপাৰা গাঁওপঞ্চায়তৰ কাৰ্যলয়ত আৰু আমবাৰী পোনেনয়ানি গাওঁ পঞ্চায়তত সুশাসন দিৱস পালন কৰা হয়৷

ভাৰত ৰত্ন, প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী দেৱৰ জন্মদিন উপলক্ষে নায়েৰ আলগা মণ্ডলৰ নৱ নিযুক্ত সভাপতি ছাদ্দাম হোছেইন, মানস ভট্টাচাৰ্য, নেতৃত্বত মছলাপাৰা গাঁওপঞ্চায়তৰ কাৰ্যলয়ত আৰু আমবাৰী পোনেনয়ানি গাওঁ পঞ্চায়তৰ কাৰ্যলয়ত সুশাসন দিৱস পালন কৰা হয়।

দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশ, দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ নায়েৰ আলগা মণ্ডলৰ নৱ নিযুক্ত সভাপতি ছাদ্দাম হোছেইনৰ নেতৃত্বত মছলাপাৰা গাঁওপঞ্চায়তৰ কাৰ্যলয়ত বহুসংখ্যক লোক উপস্থিত থাকে৷ উক্ত কাৰ্যসূচীত পঞ্চায়তৰ বিভিন্ন ৰোগীৰ মাজত ফল মূল বিতৰণ আৰু ছাফাই অভিযান চলাই উক্ত কাৰ্যসূচীৰ সফল সামৰণি মৰাৰ লগতে মছলাপাৰা গাঁওপঞ্চায়তৰ ৰাইজে এনে কাৰ্যসূচীৰ বাবে নায়েৰ আলগা ভাৰতীয় জনতা পাৰ্টীৰ নৱ নিযুক্ত সভাপতি ছাদ্দাম হোছেইনক শলাগ লোৱাৰ লগতে অনাগত দিনত ভাৰতীয় জনতা পাৰ্টীক অধিক শক্তিশালী কৰিব বুলি একাংশ ৰাইজে প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে মাহামায়া মণ্ডল কমিটিৰ সভাপতি, মানস ভট্টাচাৰ্য, উপ-সভাপতি গিয়াছ উদ্দিন, মণ্ডল সভাপতি আৰু মণ্ডলৰ বিষয়ববীয়াসকল।

- Advertisement -

Hot this week

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

ASSAM RIFLES EXTENDS HUMANITARIAN AID AND DISASTER RELIEF IN FLOOD AND LANDSLIDE-AFFECTED AREAS OF MANIPUR

Assam Rifles, extended critical humanitarian assistance and disaster relief...

Regarding the Launch Event of the Career Haatputhi

Dear Editor, Many readers have asked me—why was there no...

ৰাজ্যত বানৰ প্ৰকোপ আৰম্ভ: ডিব্ৰুগড়ত সন্ধানহীন ৪ জন লোক

■ ডিব্ৰুগড়ৰ ৰহমৰিয়াত ব্ৰহ্মপুত্ৰৰ পানীত ৪ জনকৈ লোক সন্ধানহীন...

Topics

শক্তিপীঠ মা-কামাখ্যা ধামত ২২ জুনৰ পৰা অম্বুবাচী মেলা

নিলাচল পাহাৰস্থিত শক্তিপীঠ মা-কামাখ্যা ধামত অহা ২২ জুনৰ পৰা...

ৰাজ্যত বানৰ প্ৰকোপ আৰম্ভ: ডিব্ৰুগড়ত সন্ধানহীন ৪ জন লোক

■ ডিব্ৰুগড়ৰ ৰহমৰিয়াত ব্ৰহ্মপুত্ৰৰ পানীত ৪ জনকৈ লোক সন্ধানহীন...

‘কেৰিয়াৰ হাতপুথি’ৰ উন্মোচন অনুষ্ঠান প্ৰসংগত

মাননীয় সম্পাদক মহোদয়, বহু পাঠকে মোক প্ৰশ্ন কৰে—‘কেৰিয়াৰ হাতপুথি’নামৰ কিতাপখনৰ...

Regarding the Launch Event of the Career Haatputhi

Dear Editor, Many readers have asked me—why was there no...

ASSAM RIFLES EXTENDS HUMANITARIAN AID AND DISASTER RELIEF IN FLOOD AND LANDSLIDE-AFFECTED AREAS OF MANIPUR

Assam Rifles, extended critical humanitarian assistance and disaster relief...

Related Articles

Popular Categories

Assam
few clouds
31.3 ° C
31.3 °
31.3 °
65 %
1kmh
21 %
Tue
30 °
Wed
26 °
Thu
32 °
Fri
34 °
Sat
34 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds