31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    গহপুৰত ড্ৰাগছ বেপাৰীক খেদি খেদি কৰায়ত্ত 

     

    গহপুৰত ড্ৰাগছ বেপাৰীক খেদি খেদি কৰায়ত্ত

    গহপুৰ আৰক্ষী বৃহৎ সাফল্য। খেদি খেদি‌ কৰায়ত্ত কৰিলে ড্ৰাগছ ব্যৱসায়ীক। ৰাজগড় আৰক্ষীয়ে ৰাজগড়ৰ পৰা খেদি আনি ১নং চকলাত কৰায়ত্ত কৰে ড্ৰাগছ ব্যৱসায়ী মন্টু কুটুম(৪৪)ক ।পলায়ণ কৰা মন্টুক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে এজাই শূণ্যত গুলী চলাই।লগে লগে বাইক এৰি পানীত জাপ দিয়ে মন্টু কুটুমে। পানীত সাতুৰি গৈ মন্টুক ধৰিবলৈ সক্ষম হয় আৰক্ষী।

    অসম-অৰুণাচল সীমান্তৰ ৰাজগড়ত কোনো ব্যক্তিক দিবলৈ আনিছিল ড্ৰাগছখিনি। আৰক্ষীয়ে মন্টুৰ পৰা ১২ .৫৩ গ্ৰাম ড্ৰাগছ জব্দ কৰাৰ লগতে এখন AR 01E4314 নম্বৰৰ ডিছকভাৰ বাইক জব্দ কৰে। ড্ৰাগছৰ আনুমানিক মূল্য ৪০ হাজাৰ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds