- বিলাসীপাৰাৰ মছলাপাৰা গাওঁ পঞ্চায়তত সম্পন্ন গাঁওসভা
- বিলাসীপাৰা মছলাপাৰা গাওঁপঞ্চায়তৰ কাছিয়াবাৰী বিদ্যালয়ত গান্ধী জয়ন্তী পালন
বিলাসীপাৰাৰ পৰা আলী আজাত ইছলামঃ ধুবুৰী জিলা নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত মছলাপাৰা গাওঁ পঞ্চায়ত কাৰ্যালয় প্ৰাঙ্গনত গাওঁ সভা অনুষ্ঠিত হয়। অনুষ্ঠানৰ লগতে মহামানৱ মহাত্মা গান্ধীৰ ১৫৬ তম জন্ম জয়ন্তী উপলক্ষে গান্ধীজীৰ অৱদান আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰা হয়। অনুষ্ঠানত ২০২৬-২৭ বৰ্ষৰ গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা আৰু বিভিন্ন উন্নয়নমূলক কামৰ প্ৰস্তাৱ লোৱা হয়। সভাত মছলাপাৰা গাওঁ পঞ্চায়তৰ নৱ নিযুক্ত সচিব দেলৱাৰ হছেইন, পঞ্চায়ত সভাপতি তয়জাল হক মণ্ডল, গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্যা আফৰুজা খাতুন, সমাজসেৱক পঞ্চায়ত খনৰ বিভিন্ন খণ্ডৰ সদস্য-সদস্যা, স্থানীয় সাংবাদিক আলী আজাত ইছলামৰ লগতে গণ্য-মান্য ব্যক্তিসকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
- JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
- FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]
- ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
- Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |




