Thursday, May 29, 2025
27.4 C
Guwahati
TOP NEWS:

বিশ্বনাথত জিলা কৃষি বিভাগৰ উদ্যোগ আজিৰে পৰা পি এম কিষাণ আঁচনিৰ পৰিপূৰ্ণতা অভিযান কাৰ্যসূচীৰ বিশেষ শিৱিৰৰ আয়োজন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিশ্বনাথত জিলা কৃষি বিভাগৰ উদ্যোগ

আজিৰে পৰা পি এম কিষাণ আঁচনিৰ পৰিপূৰ্ণতা অভিযান কাৰ্যসূচীৰ বিশেষ শিৱিৰৰ আয়োজন

বিশ্বনাথ চাৰিআলি, ১০ জুন :

প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি অৰ্থাৎ পি এম কিষাণ আঁচনিৰ সফল ৰূপায়নৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে বিশ্বনাথতো জিলা কৃষি বিভাগৰ উদ্যোগত বিশেষ তৎপৰতা আৰম্ভ কৰা হৈছে। পি এম কিষাণ আঁচনিৰ অধীনত জিলাখনৰ যোগ্য হিতাধিকাৰীসকলে ১৭ নং কিস্তিৰ ধন লাভ কৰিবলৈ আৰু পৰৱৰ্তী কিস্তিসমূহ লাভ কৰাত সহায়ক হোৱাকৈ আজিৰে পৰা জিলাখনৰ ৯ টা কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত পি এম কিষাণ আঁচনিৰ পৰিপূৰ্ণতা অভিযান কাৰ্যসূচীৰ বিশেষ শিৱিৰৰ আয়োজন কৰা হৈছে।

আঁচনিখনৰ অধীনৰ সুবিধা লাভত আগন্তুক সময়ত কৃষক ৰাইজ যাতে কোনো অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়, সেই উদ্দেশ্যেৰে প্ৰথমে কৃষক সন্মান নিধি আঁচনিৰ ভিএনঅ’ সকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। অহা ২৫ জুনলৈকে অনুস্থিত হ’ব লগীয়া শিবিৰ সমূহত কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে বেংক তথা সামূহিক সেৱা কেন্দ্ৰ (CSC) ৰ কৰ্মচাৰী উপস্থিত থাকি কৃষকৰ ই-কেৱাইচি (E-KYC), ভূমিলেখ্য সংযোজন, বেংক একাউণ্টত আধাৰ সংযোজনকে ধৰি এই আঁচনি সম্বন্ধীয় সকলো সমস্যা সমাধান কৰিব।

হিতাধিকাৰী কৃষক সকলৰ সুবিধাৰ্থে পুৱা ১০.০০ বজাৰ পৰা অনুষ্ঠিত হোৱা শিবিৰ সমূহত ৰাইজক অংশগ্ৰহণ কৰি লাভাম্বিত হ’বলৈ জিলা কৃষি বিষয়া বাণেশ্বৰ বেয়ে আহ্বান জনাইছে।

- Advertisement -

Hot this week

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

ASSAM RIFLES RECOVERS HEROIN WORTH ₹3.5 CRORE IN CACHAR DISTRICT, ASSAM

In a decisive blow to narco trafficking in the...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
broken clouds
25.7 ° C
25.7 °
25.7 °
90 %
2.6kmh
81 %
Wed
26 °
Thu
25 °
Fri
24 °
Sat
27 °
Sun
31 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds