Friday, May 16, 2025
27.3 C
Guwahati

Monthly Archives: June, 2024

উশৃংখলতাৰ চৰম পৰ্য্যায়ত আজিৰ সমাজ, অসমীয়া সমাজক লজ্জিত কৰিছে একাংশ যুৱক-যুৱতী নতুবা কোনোবা বোৱাৰী-পুৰুষে

● দৃশ্যটো কোন ঠাইৰ সঠিকভাৱে কোৱা অসুবিধা! আনন্দ ফুৰ্তিৰো সীমাবদ্ধতা থকাৰ প্ৰয়োজন আছে। কিন্তু এটা কথা স্পষ্ট যে, এনেবোৰ...

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought a wave of calm, with people across the state laying...
00:02:31

Bhaimon Da – Trailer || Assamese Film || Releasing on 23rd May || Zeal Creations || Sasanka Samir ||

  A cinematic tribute to Munin Barua, fondly known as Bhaimon Da, this biopic captures the soul and splendor of...

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত কৰাৰ উদ্দেশ্যে ৰূপায়ণ কৰা আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত এই কথা উল্লেখ কৰি কয়, যে সিন্দুৰ অভিযান হৈছে...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। সাম্প্ৰতিক ক্রিকেট বিশ্বৰ অন্যতম মহান খেলুৱৈ হিচাপে পৰিচিত কোহলীয়ে...

Luxmi Group Reinforces Its Commitment to National Service

Guwahati, 12 May, 2025: Proudly rooted in heritage and driven by purpose, Luxmi Group continues to lead with excellence in...

শ্ৰোণীৰ প্ৰদাহ ৰোগ

শ্ৰোণীৰ প্ৰদাহ ৰোগ পি আই ডি কাক কয়? পি আই ডি হ’ল পেলভিক ইনফ্লেমেটৰি ডিজিজ। সাধাৰণতে জৰায়ু, ডিম্বনলী আৰু...

লক্ষণ অনুযায়ী স্ত্রী নির্ণয়

লক্ষণ অনুযায়ী স্ত্রী নির্ণয় দৈহিক গঠন আৰু প্ৰকৃতি অনুযায়ী নাৰীক শাস্ত্ৰত চাৰিভাগত ভাগ কৰা হৈছে। ১। পদ্মিনী - সর্বোত্তমা নাৰী। ২। চিত্রিণী...

অসমৰ ভাষা-সাহিত্যৰ মহীৰূহক গভীৰ শ্ৰদ্ধাৰে স্মৰণ

তীক্ষ্ণ বুদ্ধিদ্দীপ্ত চিন্তা, সৃষ্টি আৰু প্ৰতিভাৰে হোমেন বৰগোহাঞিদেৱে অসমৰ জাতীয় জীৱনলৈ বহু উল্লেখযোগ্য অৰিহণা যোগাই থৈ গৈছে। তেখেতৰ অপূৰ্ব...

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds