বিশ্বনাথৰ মেধাৱী ছাত্ৰী প্ৰাৰ্থনা প্ৰিয়ম শইকীয়া

বিশ্বনাথৰ মেধাৱী ছাত্ৰী প্ৰাৰ্থনা প্ৰিয়ম শইকীয়া

নগাঁও ৰামানুজম চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ছাত্ৰী তেওঁ। বিজ্ঞান শাখাত অসমৰ ভিতৰত শীৰ্ষ তৃতীয় স্হান লাভ প্ৰাৰ্থনা প্ৰিয়মৰ।বিশ্বনাথ চাৰিআলিৰ ন-গাৱৰ সৰ্বানন্দ শইকীয়া আৰু আল্পনা শইকীয়াৰ একমাত্ৰ কন্যা সন্তান প্ৰাৰ্থনা প্ৰিয়ম শইকীয়াৰ এই চমকপ্ৰদ সাফল্যত আনন্দৰ লহৰ উঠিছে সমগ্ৰ বিশ্বনাথত।ইফালে প্ৰাৰ্থনাক অভিনন্দন জ্ঞাপন কৰিবলৈ উপস্থিত হৈছে বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলা ছাত্ৰ সন্থা লগতে বিভিন্ন দল সংগঠনে অভিনন্দন জ্ঞাপন কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*