31.3 C
Guwahati
Thursday, October 23, 2025
More

    শেহতীয়া আপডেটঃ

    বিহালীত আজাদী কা অমৃত মহোৎসৱ পালন

    বিহালীত আজাদী কা অমৃত মহোৎসৱ পালন

    বিহালী ১৪ আগষ্ট :

    আজাদী কা অমৃত মহোৎসৱ লগত সংগতি ৰাখি আজি বিহালী সমষ্টিৰ বিহালী উন্নয়ন খণ্ডৰ অন্তৰ্গত গাংমৌ থান গাঁও পঞ্চায়তৰ অধিনৰ বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত “আজাদী কা অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি “শিলাফলাকম” কাৰ্যসূচীৰ অধীনত ভাৰতবৰ্ষৰ বীৰ শ্বহীদসকলৰ স্মৃতিত স্মৃতি ফলক উন্মোচন কৰে বিধায়ক ৰঞ্জিত দত্তই।
    লগতে শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বৃক্ষ ৰূপন কাৰ্য্যসূচীত ৰূপায়ণ কৰে।


    এই অনুষ্ঠান অংশগ্ৰহণ কৰছ বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া দিগন্ত বৈশ্য,বিহালী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দেৱানন্দ নাথ,গাংগমৌথান পঞ্চায়তৰ সভাপতি মুনিন্দ্ৰ দাস,বিদ্যালয়খনৰ শিক্ষক ছাত্ৰ ছাত্ৰী লগতে বিহালী উন্নয়ন খণ্ডৰ সহঃকাৰ্য্যবাহী অভিযন্তা কুশল বৰাকে ধৰি স্থানীয় ৰাইজে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds