Thursday, May 29, 2025
25 C
Guwahati
TOP NEWS:

বিশ্বনাথত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সংবাদ মেল Video

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

 

মাদ্ৰাছাত উচ্ছেদ অভিযান চলোৱাকলৈ বিস্ফোৰক মন্তব্য সংগঠনটোৰ

জেহাদীৰ আলম লৈ মুখ্যমন্ত্ৰীয়ে ধৰ্মীয় সংখ্যালঘুৰ ওপৰত আক্ৰমণ চলাইছে

জেহাদী ইছলাম ধৰ্মৰ শত্ৰু,জেহাদী সকল কেতিয়াও ধৰ্ম পালন নকৰে

ডিজিটেল ডেস্ক অসম অসম বিশ্বনাথ চাৰিআলি ৩ ছেপ্টেম্বৰ:-

 

অসম সংখ্যা লঘুসংগ্ৰাম পৰিষদৰ বিশ্বনাথ জিলা সমিতিয়ে আজি এক সাংবাদমেল সম্বোধন কৰে। এই সাংবাদমেলত সভাপতি মৌলানা আহমেদ আলীয়ে কয় যে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই যদি জেহাদীৰ আলম লৈ ৰাজ্যৰ মাদ্ৰাছা উচ্ছেদ অভিযান চলাব পাৰে,তেনেহলে অসমৰ উগ্ৰপন্থী সংগঠনৰ কেডাৰ সকলে অধ্যয়ন কৰা কলেজ বিদ্যালয় সমূহতো ভাঙি পেলোৱা নাই কিয়? যদি এখন ঘৰত বেয়া মানুহ ওলাই,তেনেহলে গোটেই ঘৰখনে ভাঙি পেলাব নেকি?ৰাজ্যখনত এনেকৈ দেশ বিৰুধী কাম নকৰিবলৈ আহ্বান জনাই সংগঠনটোৱে।দেশখনত এনে কাম কৰি অশান্তিৰ সৃষ্টি নকৰিবলৈ আহ্বান জনাই সংগঠনটোৱে।জেহাদীৰ নামত এই মাদ্ৰাছা উচ্ছেদ চলাই আছে যদিও মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকৃত জেহাদী সন্দৰ্ভত কোনো তথ্য প্ৰমাণ দিয়া আমাৰ দৃষ্টি গোচৰ হোৱা নাই।জেহাদীৰ নামত কোনো তথ্য প্ৰমান প্ৰদৰ্শন নকৰি কেৱল মুখ্যমন্ত্ৰী অথবা ডিজিপিয়ে কেৱল মন্তব্যহে প্ৰদান কৰিছে যে এজন লোকে নিজকে জেহাদীৰ লগত সম্পৰ্ক থকা কথা স্বীকাৰ কৰিছে।সেই কথাত আমি কেনেকৈ বিশ্বাস কৰিম।এক শ্ৰেণীৰ লোকক সন্তুষ্ট কৰাৰ বাবদ,ভোট বেংকৰ স্বাৰ্থত সংখ্যালঘুৰ ওপৰত বুলডজাৰ চলাই আছে।জেহাদী যদি আছে আমি জেহাদীৰ পক্ষত নাই,যদি উপযুক্ত প্ৰমান আছে আমিও জেহাদীৰ ওপৰত জপিয়াই পৰিম।সংবিধানৰ গণ্ডিত থাকি কাম কৰিবলৈ আহবান জনায় জিলা সভাপতি গৰাকীয়ে।সংবিধানৰ পৰা আতৰি শক্তি প্ৰদৰ্শনৰে কেতিয়াও জয় হব নোৱাৰে আৰু কোনো সমস্যা সমাধান কৰিব নোৱাৰে।যদি অসমৰ পৰা আপুনি সাম্প্ৰদায়িক বীজ আৰু জেহাদীৰ বীজ আতৰাব বিচাৰে।তেনেহলে অসমৰ অভিজ্ঞ আলিম মৌলানাক লৈ এটা দল বনাওক আৰু আমাক সুবিধা দিয়ক অসমৰ পৰা জেহাদীক ৰাজ্য তথা দেশৰ পৰা আতৰ কৰিবলৈ।জেহাদী ইছলাম ধৰ্মৰ শত্ৰু,জেহাদী সকলে কেতিয়াও ধৰ্ম পালন নকৰে।

সংগবাদমাধ্যমতদেখিবলৈ পাইছো,ধুবুৰিৰ কোনো স্থানত মুকলিকৈ হাতত অস্ত্ৰ লৈ নিজকে বজৰং দল বুলি কৈ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।সেই সকল জেহাদী নহয় নেকী?দৰাচলতে ইচ্ছাকৃত ভাবে আমাৰ ধৰ্মীয় সংখ্যালঘুৰ ওপৰত আক্ৰমণ চলাইছে,ইচ্ছাকৃত ভাবে মাদ্ৰাছাত বুলডজাৰ চলাইছে।যদি এইদৰেই ইচ্ছাকৃত ভাবে এনেদৰে ধৰ্মীয় সংখ্যালঘু লোকৰ ওপৰত আক্ৰমণ চলাই থাকিলে দেশখনত সৃষ্টি হোৱা আশান্তিৰ বাবে জগৰীয়া হব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

- Advertisement -

Hot this week

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

ASSAM RIFLES RECOVERS HEROIN WORTH ₹3.5 CRORE IN CACHAR DISTRICT, ASSAM

In a decisive blow to narco trafficking in the...

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই শিক্ষাৰ্থীসকলৰ বাবে স্নাতকোত্তৰ...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
moderate rain
25.2 ° C
25.2 °
25.2 °
95 %
0.9kmh
100 %
Thu
25 °
Fri
24 °
Sat
31 °
Sun
28 °
Mon
31 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds