31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    বিহালীত ফ্ৰেণ্ডছ ক্লাৱৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক বেডমিন্টন প্ৰতিযোগিতা

    বিহালীত ফ্ৰেণ্ডছ ক্লাৱৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক বেডমিন্টন প্ৰতিযোগিতা

    বিহালী ১৭ ফেব্ৰুৱাৰী :

    বিহালী সমষ্টিৰ বৰগাংৰ ফ্ৰেণ্ডছ ক্লাৱৰ উদ্যোগত প্ৰয়াত আলম খান আৰু প্ৰয়াত বিশাখা চৌধুৰী, দিপক নাহেকীয়া লগতে পবিত্ৰ দাসৰ সোঁৱৰণীত দ্বিতীয় বাৰ্ষিক বেডমিন্টন প্ৰতিযোগিতা খনিৰ ফিটা কাটি শুভাৰম্ভ কৰে দাতা জাকিৰ খানে। অহা ১৮ ফেব্ৰুৱাৰীলৈকে তিনি দিনীয়াকৈ বিহালী সমষ্টিৰ বৰগাংৰ নিউ কেটলা খেলপথাৰত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা খন।
    এই খেল খনত এই বাৰ জিলা ভিত্তিত আয়োজন কৰা হয় । এই খেল খনত জিলা খন বিভিন্ন স্থান পৰা প্ৰতিযোগীত প্ৰায় অৰ্দ্ধ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ।

     

    ইফালে এই প্ৰতিযোগিতা অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী খেলুৱৈ সকলে ক্লাৱৰ উদযাপন সমিতি সভাপতি জিন্টু মনি দাসৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাই।
    এই উদ্বোধনী অনুষ্ঠান বিহালী বিশিষ্ট ব্যৱসায়ি মীকূট ভট্ট, বৰগাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চিত্ৰৰঞ্জন ৰয় , বিহালী প্ৰেছ ক্লাবৰ সম্পাদক শ্ৰীমন্ত দাস,সদস্য অমলান কাশ্যৱ, ত্ৰিদিপ দাসকে ধৰি অঞ্চলটো অৰ্ধশাতিক ৰাইজ উপস্থিত থাকে ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds