ভাষা গৌৰৱ সপ্তাহত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত বক্তৃতানুষ্ঠান

গুৱাহাটীঃ মহানগৰীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত মহাবিদ্যালয়খনৰ প্ৰাক্তন প্ৰাগজ্যোতিষীয় সতীৰ্থ সন্মিলনৰ উদ্যোগত আৰু অসমীয়া বিভাগৰ সহযোগত “ভাষা গৌৰৱ সপ্তাহ” উপলক্ষ্যে আজি এক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়৷ […]

প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ ২০২৪ ৰ প্ৰাৰম্ভিক অনুষ্ঠান

প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিশেষ কাৰ্যক্ৰম গুৱাহাটীঃ সমাগত ‘প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৪-ৰ লগত সংগতি ৰাখি আজি গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয় প্ৰেক্ষাগৃহত দুই শতাধিক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত এক […]

প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত ‘নাক’ৰ পৰিদৰ্শন

গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান মহাবিদ্যালয়ত ২৫ আৰু ২৬ অক্টোবৰত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদৰ পৰিদৰ্শক মণ্ডলীৰ দ্বাৰা তৃতীয় চক্ৰৰ বাবে পৰিদৰ্শন অনুষ্ঠিত হয়। দুদিনীয়া […]

প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত অধ্যাপক সুশীল শর্মা স্মাৰক পুথিভঁৰাল উদ্ধোধন

গুৱাহাটীঃ ৰামধেনু যুগৰ কবি তথা প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক প্রয়াত সুশীল শৰ্মাৰ স্মৃতিত উৎসর্গিত পুথিভঁৰালটি ২১ অক্টোবৰত উদ্ধোধন কৰা হয়। প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ […]