অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সফল সামৰণি
● উত্তৰ-পূৰ্বাঞ্চল শিতানত শ্ৰেষ্ঠ ছবিৰ খিতাপ “দ্য ছিলভান ছাগা” ● সৰ্বভাৰতীয় শিতানৰ শ্ৰেষ্ঠ ছবি ছ’ৰিল য়াল্লাট্টিকাৰ “জাছৱান্দা” গুৱাহাটীঃ চিনেমাৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰা তথা লগতে […]