বিহালীত আৰক্ষীৰ জালত ভাঙ বেপাৰী

বিহালীত আৰক্ষীৰ জালত ভাঙ বেপাৰী বুধবাৰে বিয়লি প্ৰায় ৬ মান বজাত বিহালী আৰক্ষীৰ জালত পৰিল এটা ভাঙ বেপাৰী৷ বিহালী আৰক্ষী থানাৰ আৰক্ষী বিষয়াৰ নেতৃত্বত অভিযানকাৰী […]

প্ৰথমটো বানত বৃহৎ অঞ্চল জলমগ্ন গহপুৰ নগৰ

গহপুৰত চত্ৰং নৈৰ বানৰ তাণ্ডৱ ::বানে ছিঙি নিলে পথ ::প্ৰথমটো বানত বৃহৎ অঞ্চল জলমগ্ন ::এচ ডি আৰ এফ বাহিনীৰ উদ্ধাৰ অভিযান::পথ নিৰ্মাণ সংস্থা DCC ধম […]

মুক্তিযোদ্ধা মোলান চন্দ্ৰ শৰ্মা সোঁৱৰণী সাংবাদিকতা বটাঁ প্ৰদান হাইলাকান্দিৰ সাংবাদিক অমিত ৰঞ্জন দাসক

বিহালী প্ৰেছ ক্লাৱৰ বৰ্ষযোৰা ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান সম্পন্ন•••◼️ এইবাৰ মুক্তিযোদ্ধা মোলান চন্দ্ৰ শৰ্মা সোঁৱৰণী সাংবাদিকতা বটাঁ প্ৰদান হাইলাকান্দিৰ সাংবাদিক অমিত ৰঞ্জন দাসক /অনুষ্ঠানৰ বিশিষ্ট […]

বিহালীৰ ৰাংছালীত বিশ্বনাথ জিলা কবি সন্মিলনৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশন

বিহালীৰ ৰাংছালীত বিশ্বনাথ জিলা কবি সন্মিলনৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশন বিহালী, ৪ এপ্ৰিলঃ সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত বিশ্বনাথ জিলা কবি সন্মিলনৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশন খন […]

স্বেচ্ছাসেৱী সংগঠন সুবিধাই বিহালীত প্ৰদান কৰিছে সুবিধা : ডিজিটেল শ্ৰেণী কোঠাৰ শুভাৰম্ভ বিধায়ক ৰঞ্জিত দত্তৰ

স্বেচ্ছাসেৱী সংগঠন সুবিধাই বিহালীত প্ৰদান কৰিছে সুবিধা : ডিজিটেল শ্ৰেণী কোঠাৰ শুভাৰম্ভ বিধায়ক ৰঞ্জিত দত্তৰ : বিশ্বনাথ ৪ এপ্ৰিল : বিহালীত স্বেচ্ছাসেৱী সংগঠন সুবিধাই ছাত্ৰ […]

বিশ্বনাথ চাৰিআলিত স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ সাধাৰণ সভা সম্পন্ন : আমি যুজাৰু যুজি যাম উৎপল শিৱম

:  বিশ্বনাথ চাৰিআলিত স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ সাধাৰণ সভা সম্পন্ন : আমি যুজাৰু যুজি যাম উৎপল শিৱম বিশ্বনাথ চাৰিআলি ৪ এপ্ৰিল :  দেওবাৰে বিশ্বনাথ আমবাৰীত স্থিত […]

বিহালীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ :
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰকৃতি দাহ

বিশ্বনাথত আছু প্ৰতিবাদত:বিহালীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ :মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰকৃতি দাহ : বিশ্বনাথ ১ এপ্ৰিল : […]

ৰাজ্যসভাৰ সাংসদ হিচাপে বিটিআৰৰ ভূমিত ৰৌণগৌৰা নাৰ্জাৰী

আজি ৰাতিপুৱা ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত হৈ পোন প্ৰথমবাৰৰ বাবে বিটিআৰৰ ভূমিত উপস্থিত হ’ল ৰৌণগৌৰা নাৰ্জাৰী। বৰমাত দলীয় সমৰ্থকে জনালে বিপুল আদৰণি। এই জয়ৰ বাবে […]

বিশ্বনাথত হাজাৰ হাজাৰ ভূমি বেদখল, পেটুলিবাৰীৰ ৩৪ বিঘা ১ কঠা চৰকাৰী ভূমিত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

বিশ্বনাথ ৰাজহচক্ৰৰ অন্তৰ্গত বিশ্বনাথৰ  কেইবা হাজাৰ চৰকাৰী ভূমি বেদখল হৈ আছে। জিলা খনৰ বিশ্বনাথ, বিহালী বৰঝাৰণীকে ধৰি বিশ্বনাথ চাৰিআলি  পেটুলিবাৰীৰ চৰকাৰী ভূমি একাংশ লোকে বেদখল […]