Thursday, July 31, 2025
30.7 C
Guwahati
TOP NEWS:

বৰপাম আদৰ্শ বিদ্যালয়ত বিশ্ব জল দিৱস পালন

- Advertisement -

বৰপাম আদৰ্শ বিদ্যালয়ত বিশ্ব জল দিৱস পালন

অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ২২ মাৰ্চ ঃ

অসম আদৰ্শ বিদ্যালয় বৰপামত আজি বিশ্ব জল দিৱস পালন কৰা হয়। অসম আদৰ্শ বিদ্যালয় বৰপামৰ সঞ্চালক নৃপেন বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সজাগতামূলক সভাৰ আঁত ধৰে অধ্যক্ষ সঞ্জয় কলিতাই।

বিশ্ব জল দিৱস ২০২২ ৰ মূল বিষয়’ভূ-জল অদৃশ্যক দৃশ্যমান কৰা’ৰ ওপৰত শিক্ষাবিদ বিৰিঞ্চি বৰদলৈয়ে ছাত্ৰ-ছাত্ৰীৰ আগত সুন্দৰকৈ ব্যাখ্যা আগবঢ়োৱাৰ লগতে অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ দায়িত্ব, কৰ্তব্যৰ ওপৰত মতামত আগবঢ়ায়। সভাপতি নৃপেন বৰদলৈয়ে সম্পদৰ সুব্যৱহাৰৰ নজনা আৰু বহনক্ষম উন্নয়নৰ প্ৰতি আগ্ৰহী নোহোৱাৰ বাবেই অসমৰ দৰে ৰাজ্যৰ ৰাজধানীত পানী কিনিবলগীয়া অৱস্থা হৈছে।

এনেদৰে চলি থাকিলে বিশ্বনাথ জিলাতো পানীৰ নাটনি হ’ব। জল প্ৰদূষণ হোৱাৰ মূল কাৰণ ৰাসায়নিক সাৰ, কীটনাশক, উদ্যোগৰ আৱৰ্জনা, প্লাষ্টিকেই মূল কাৰণ বুলি মত ব্যক্ত কৰে।

সভাত উপস্থিত থকা শতাধিক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ উপস্থিতিত বিদ্যালয়ৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়। বিদ্যালয়ৰ দিপজ্যোতি বৰাক শৈক্ষিক শিতানত বৰ্ষশ্ৰেষ্ঠ ছাত্ৰৰ বাবে নিৰ্বাচিত কৰা হয়।

Hot this week

Bajaj Finance’s Financial Literacy initiative ‘Arthsutra Samvad’ Reaches Assam’s Heartland

  The Pan-India Financial Literacy programme aims to promote...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Poor family availing PMJAY benefits in SSB Composite Hospital...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

Topics

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Related Articles

Popular Categories

Assam
clear sky
32.9 ° C
32.9 °
32.9 °
64 %
0.4kmh
3 %
Thu
34 °
Fri
32 °
Sat
31 °
Sun
27 °
Mon
31 °