শেহতীয়া আপডেটঃ

বিশ্বনাথ মহাবিদ্যালয়ত শৈক্ষিক ভৱনৰ শিলান্যাস

বিশ্বনাথ মহাবিদ্যালয়ত শৈক্ষিক ভৱনৰ শিলান্যাস

অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ২০ ডিচেম্বৰ ঃ

ঐতিহ্যমণ্ডিত বিশ্বনাথ মহাবিদ্যালয়ত আন্তঃগাঠনি উন্নয়ন আৱন্টন পূজিৰ অধীনত আজি মহাবিদ্যালয়ত
শৈক্ষিক ভৱনৰ শিলান্যাস কাৰ্যসূচী বৈদিক নিয়মৰে অনুষ্ঠিত কৰে ৷

মহাবিদ্যালয়ৰ অধ্যক্ষ ড°
চিন্তামণি শৰ্মাই আঁঁতধৰা শিলান্যাস কাৰ্যসূচীৰ শুভ আৰম্ভণি কৰে পৰিচালনা সমিতিৰ সভাপতি অভিযন্তা কোকিল হাজৰিকাই৷ অনুষ্ঠানটিত সভাপতি কোকিল হাজৰিকাক এখনি ফুলাম গামোচাৰে আদৰণি জনাই উপাধ্যক্ষ বাবুল বৰাই ৷ অধ্যক্ষ ড° চিন্তামণি শৰ্মাক আদৰণি জনাই জেষ্ঠ অধ্যাপক ৰামানন্দ বৰাই ৷ পৰিচালনা সমিতিৰ সভাপতি কোকিল হাজৰিকাই তেওঁৰ ভাষণত ছাত্ৰ ছাত্ৰী সকলৰ শ্ৰেণী
কোঠাৰ সুবিধাৰ বাবে মহাবিদ্যালয়ৰ
আন্তঃগাঁথনি উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা বুলি উল্লেখ কৰে ৷ শিলান্যাস অনুষ্ঠানটোত অধ্যাপক-অধ্যাপিকা ,ছাত্ৰ সংসদৰ সদস্যসকল আৰু ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে৷ মহাবিদ্যালয়ৰ এনে উন্নয়নমুলক কাৰ্যক বিদ্বান মহলে শলাগ লয়৷

বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.