শেহতীয়া আপডেটঃ

কৃষ্ণাইত সচেতন নাগৰিক মঞ্চৰ উদ্যোগত নিয়মীয়া চাফাই অভিযান

♦কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলাৰ সচেতন নাগৰিক মঞ্চ, কৃষ্ণাইৰ উদ্যোগত গ্ৰহণ কৰা হৈছে এক সুদূৰপ্ৰসাৰী পদক্ষেপ৷ সপ্তাহটোৰ প্ৰতি শনিবাৰে সমগ্ৰ কৃষ্ণাই বজাৰ খনত সমূহীয়া চাফাই অভিযানৰ পাতনি মেলিছে মঞ্চই৷

যোৱা শনিবাৰে শুভাৰম্ভ কৰা চাফাই অভিযানৰ আজি দ্বিতীয় দিন৷ আজি পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত কৃষ্ণাই বজাৰ চাফাই অভিযানত অঞ্চলটোৰ শতাধিক ৰাইজে অংশ গ্ৰহণ কৰে৷ মঞ্চৰ উদ্যোক্তা সকলে জনোৱা অনুসৰি, কৃষ্ণাই মূল বজাৰ খনৰ লগতে পাৰ্শ্ববতী অঞ্চলবোৰতো সচেতন নাগৰিক মঞ্চ, কৃষ্ণায়ে চাফাই অভিযান চলাব৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.