নলবাৰী ঘগ্ৰাপাৰৰ পৈতৃক গৃহত উপস্থিত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা
অতীতে বহু কথা কয়, তাৰেই যেন এক স্মৃতি ৰোমন্থন কৰিবলৈ যোৱা নিশা অসমৰ জননেতা, জনপ্ৰিয় মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই নলবাৰী জিলাৰ ঘগ্রাপাৰ লাটিমা গাঁৱৰ সেই অতীতৰ পৈতৃক গৃহটোত উপস্থিত হৈ গৃহটোৰ নিৰ্মাণকাৰ্যৰ বুজ লয়, শিপাৰ সৈতে সংপিক্ত এই গৃহটোৰ সৈতে ড. হিমন্ত বিশ্ব শৰ্মাৰ জড়িত হৈ আছে অতীতৰ সেই সোণোৱালী স্মৃতি, লগতে লাটিমা গাঁওবাসীৰ সৈতেও মুখ্যমন্ত্ৰী গৰাকীয়ে কিছু সময় কথা বতৰা পাতে। জনপ্ৰিয় মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাক কাষত পাই লাটিমা গাঁওবাসী আনন্দত আত্মহাৰা হৈ পৰে।
দুই এদিনতে পিতৃ গৃহত নিশা কটাব মুখ্য মন্ত্ৰী গৰাকীয়ে।
নলবাৰীৰ পৰা ফইজুল হক চৌধুৰী
Leave a Reply