শেহতীয়া আপডেটঃ

চৰাইৰ সুললিত কণ্ঠই মুখৰিত কৰিছে বৰলাপাৰ-বুঢ়া-বুঢ়ীৰপুখুৰী পাৰৰ :

চৰাইৰ সুললিত কণ্ঠই মুখৰিত কৰিছে বৰলাপাৰ-বুঢ়া-বুঢ়ীৰপুখুৰী পাৰৰ :

নাৰায়ণপুৰৰ ঐতিহাসিক বৰলা আৰু বুঢা-বুঢী পুখুৰী সংৰক্ষনৰ দাবী স্থানীয় ৰাইজৰ।

চৰাইৰ সুললিত কণ্ঠই মুখৰিত কৰিছে বৰলাপাৰ-বুঢ়া-বুঢ়ীৰ পুখুৰী পাৰৰ ।

শীতৰ আগমনৰ লগে লগে নাৰায়ণপুৰৰ ঐতিহাসিক বৰলাপাৰ আৰু বুঢ়া -বুঢ়ী পুখুৰীত দেশ-বিদেশৰ বিভিন্ন প্ৰজাতিৰ চৰাই- চিৰিকতিৰ আগমন ঘটে ।

বিশেষকৈ শৰালী, পানীকাউৰী, বৰটোকোলা, দেওহাঁহ, আৰু শামুকভঙাই প্ৰধান ।

দুয়োটা পুখুৰীলৈ আগমন ঘটা এই পৰ্যটনমুখী চৰাই-চিৰিকতিৰ সুমধুৰ কল-ৰৱ কণ্ঠই বসন্ত নমাই আনে সমগ্ৰ অঞ্চলটোলৈ ।

চৰাই-চিৰিকতি এই এনে আগমনৰ দৃশ্য উপভোগ কৰিবলৈ প্ৰতি বছৰে অৰুণাচলৰকে ধৰি বহু ঠাইৰ পৰা প্ৰকৃতি প্ৰেমী সকল দৌৰি আহে ।

জনশ্ৰুতিৰ মতে আৰিমত্ৰ ৰজাই খন্দোৱা এই পুখুৰী দুটা অসম চৰকাৰে সংৰক্ষন কৰি পখি উদ্যান হিচাপে গঢি তুলিলে অঞ্চলটোৰ পৰ্যটন স্থলী হিচাপে গঢ়লৈ উঠিব । বৰ্তমান নামনি লক্ষীমপুৰ প্ৰকৃতিক সংৰক্ষনৰ অধিনত থকা পুখুৰী দুটা স্থানীয় যুৱক-যুৱতী সকলে চোৱা-চিতা কৰি আহিছে । স্থানীয় অঞ্চল বাসী লোকসকলে দীৰ্ঘ দিন ধৰি চৰকাৰৰ ওচৰত পুখুৰী দুটা সংৰক্ষনৰ দাবী জনাই আহিছে যদিও আজিলৈকে চৰকাৰে সংৰক্ষনৰ ব্যৱস্থা গ্ৰহন নকৰিলে ।

ইফালে কাষতে থকা পাহাৰীয়া দ্ৰোৰপাং নদীৰ বানৰ কবলত পৰি কেতিয়াবা দুয়োটা পুখুৰী হেৰাই যোৱা আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।  

নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ প্ৰতিবেদন

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.