মঙলবাৰে বন অধিকাৰ আইন ২০০৬ৰ ৰূপায়ণ সন্দৰ্ভত তেজপুৰত উপস্থিত হয় শিক্ষক মন্ত্ৰী ৰণোজ পেগু ।
মন্ত্ৰী গৰাকীয়ে শোণিতপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা শোণিতপুৰ, বিশ্বনাথ আৰু গোলাঘাট জিলাৰ উপায়ুক্ত আৰু বন বিভাগৰ বিষয়াবৰ্গৰ সৈতে এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে।
Leave a Reply