● অসম কেন্সাৰ কেয়াৰে ফাউণ্ডেশ্বন আৰু লক্ষীমপুৰ জিলাৰ ধঁপাত নায়ন্ত্ৰণ কোষৰ এখন সজাগতা সভা বৃহস্পতিবাৰে গোহাঁই কমল উচ্চতৰ ম্যাধমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয়।
সভাখনত সভাপতিত্ব কৰে অধ্যক্ষ মনোজ কুমাৰ বৰাই। চয়নিকা ভূঞাই পৰিৱেশন কৰা এটি গীতেৰে সভা খন আৰম্ভ হয়। বিশিষ্ট সমাজ কৰ্মী শিক্ষক ৰাজেন বৰাই পৰিচালনা কৰা সভা খনত কেন্সাৰ কেয়াৰে ফাউণ্ডেশ্বনৰ সমল ব্যক্তি ডাঃ অংকিতা ঘোষ আৰু লক্ষীমপুৰ জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ সদস্য ডাঃ ষ্টিফা লোখনেৰিয়ে কেন্সাৰ আৰু ধঁপাতৰ পৰা হ’ব লগা বেমাৰৰ সজাগতামূলক বক্তব্য ৰাখে।
Leave a Reply Cancel reply