ডিজিটেল ডেস্কঃ শেহতীয়া খবৰ অনুসৰি শিল্পা চেট্টীয়ে তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাৰ পৰা পৃথক হোৱাৰ পৰিকল্পনা কৰিছে।
১৯ জুলাইৰ নিশা মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই পৰ্ণ ভিডিঅ’ সৃষ্টি আৰু বিতৰণৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। বলীউড হাঙ্গামাৰ এক প্ৰতিবেদন অনুসৰি, শিল্পাই সন্তানসহ কৰিছে যে, ৰাজ কুন্দ্ৰাৰ পৰা আঁতৰত জীৱনৰ পৰিকল্পনা কৰি থকাৰ কথা তেওঁৰ ঘনিষ্ঠ বন্ধুসকলৰ জানিবলৈ দিছে।
শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰা ২০০৯ চনত পৰা বিবাহপাশত আৱদ্ধ হৈ একেলগে আছে। লগতে তেওঁলোকৰ দুই সন্তান – পুত্ৰ ভিয়ান আৰু কন্যা লগতে আছে।
Leave a Reply