শেহতীয়া আপডেটঃ

ছেমি কণ্ডাক্টৰৰ ওপৰত গুৰুত্ব, ৩খন নতুন AIIMS, ৭টা হাইস্পীড ৰে’ল কৰিড’ৰ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৩খন নতুন অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেল ছায়েন্সেজ (AIIMS) নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে

  • কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে কেন্দ্ৰীয় বাজেট।
  • নৱমবাৰৰ বাবে নিৰ্মলা সীতাৰমণে দাখিল কৰিলে কেন্দ্ৰীয় বাজেট।
  • বাজেটত ভাৰতক ছেমি কণ্ডাক্টৰৰ হাব হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য লোৱা হৈছে।
  • বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উল্লেখ কৰে যে ভাৰতক ছেমিকণ্ডাক্টৰৰ হাব হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে কাম কৰি আছে।
  • ছেমিকণ্ডাক্টৰৰ বাবে ৪০ হাজাৰ কোটি টকা আবণ্টন দিয়া হৈছে
  • ভাৰতক ছেমিকণ্ডাক্টৰৰ হাব হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে।
  • বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৩খন নতুন অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেল ছায়েন্সেজ (AIIMS) নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে
  • যোগাযোগৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটত দিল্লী-বাৰাণসী কৰিড’ৰকে ধৰি ৭টা হাইস্পীড ৰে’ল কৰিড’ৰ নিৰ্মাণৰ কথা ঘোষণা কৰে।
  • বাৰাণসী আৰু পাটনাত জাহাজ মেৰামতিৰ সুবিধা স্থাপন কৰা হ’ব। দিল্লী-বাৰাণসী আৰু বাৰাণসী-শিলিগুৰিতো হাইস্পীড ৰে’ল কৰিড’ৰ হ’ব।
  • আত্মনিৰ্ভৰ ভাৰতৰ বাবে ২০০০ কোটি টকা ধাৰ্য বাজেটত।
  • বিদেশ ভ্ৰমণৰ ওপৰত আৰোপিত কৰ হ্ৰাস কৰা হ’ব।
  • বিদেশ ভ্ৰমণৰ বাবে টিচিএছৰ হাৰ ৫% লৈ হ্ৰাস কৰা হৈছে। ৩১ জুলাইলৈকে ৰিটাৰ্ণ দাখিল কৰিব পাৰিব।

 

Via By: Asom Khobor
album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.