
ৰাজ্যত ২০০৮ বৰ্ষৰ ৩০ অক্টোবৰত সংঘটিত উগ্ৰপন্থীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাই ১৭ বছৰ সম্পূৰ্ণ কৰিলে। অভিশপ্ত দিনটোত গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা ৰোডত সংঘটিত বোমা বিস্ফোৰণত ৮০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাৰ উপৰি ৪০০ৰো অধিক লোক আহত হৈছিল।

অভিশপ্ত দিনটোত গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা ৰোডত সংঘটিত বোমা বিস্ফোৰণত ৮০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাৰ উপৰি ৪০০ৰো অধিক লোক আহত হৈছিল।


To be updated with all the latest news, offers and special announcements.
To be updated with all the latest news, offers and special announcements.

