শপত গ্ৰহণ কৰিয়েই ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্বৰ বিশেষ ঘোষণা

■ ডিজিটেল নিউজ ডেস্ক■

● অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডঃ হিমন্ত বিশ্ব শৰ্মাই।
● নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি এন আৰ চি পুনৰ প্ৰমাণীকৰণৰ প্ৰতিশ্ৰুতি দিলে অসমৰ জনসাধাৰণক।
● পূৰ্বৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰত অসমৰ বিত্ত,স্বাস্থ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা শৰ্মাই অবৈধ সংগঠনসমূহক শান্তি প্ৰক্ৰিয়াত যোগদান কৰিবলৈ আহ্বান জনায়।
● ইয়াৰ লগতে সংবাদমেল যোগেদি আৰু কয় যে তেওঁ ১,০০,০০০ চাকৰি, ঋণ ৰেহাই আৰু বান নিয়ন্ত্ৰণৰ দৰে প্ৰতিশ্ৰুতি পূৰণত আগন্তুক বৰ্ষত অধিক গুৰুত্ব দিব।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.