Tuesday, July 1, 2025
26.8 C
Guwahati
TOP NEWS:

India’s Presidential Election 2022 :ৰাষ্ট্ৰপতি নিৰ্বাচনৰভোটদান আৰম্ভ
I

- Advertisement -

India’s Presidential Election 2022 :ৰাষ্ট্ৰপতি নিৰ্বাচনৰভোটদান আৰম্ভ ::

 

আজি দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি নিৰ্বাচন ।নতুন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে দেশৰ সাংসদ ,বিধায়কে আজি ভোটদান প্ৰদান কৰিব ।

 

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ আজি পুুৱা ১০ বজাত আৰম্ভ হ’ব দেশৰ ৰাজ্য সমূহত।

India’s Presidential Election Asom khobor

ৰাজ্যসমূহৰ বিধানসভা আৰু সংসদ ভৱনত হ’ব এই ভোটগ্ৰহণ আৰম্ভ হৈছে পুৱা ১০ বজাৰ পৰা। উল্লেখযোগ্য যে দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি নিৰ্বাচনত এইবাৰ এনডিএই দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ বিপৰীতে বিৰোধী প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছে যশৱন্ত সিনহাই।

এই ভোটদানৰ ফলাফল ঘোষণা ২১ জুলাইত হোৱাৰ পিছত ২৫ জুলাইত শপতগ্ৰহণ কৰিব নতুন ৰাষ্ট্ৰপতিয়ে।
সংসদ ভৱনৰ প্ৰথম মহলাত ৬৩নং কোঠাত হ’ব ভোটগ্ৰহণ ।
পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হ’ব এই ভোটগ্ৰহণ প্ৰক্ৰিয়া । ইতিমধ্যে দেশৰ ৰাজ্য সমূহৰ বিধায়ক সাংসদ সকলে নিজৰ নিজৰ পছন্দ প্ৰাৰ্থী গৰাকীক ভোটদানৰ কৰিছে।

ভাৰতৰ ১৫সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ৪০০০ৰো অধিক সাংসদ আৰু বিধায়কে আজি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব বিয়লি ৫ বজাৰলৈ।

কেইবাটাও আঞ্চলিক দলে ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুক নিজৰ সমৰ্থন দিয়াৰ লগতে সংখ্যা স্পষ্ট ৰূপত এনডিএ প্ৰাৰ্থীৰ পক্ষত আছে। এই দলসমূহৰ ভিতৰত আছে উদ্ধৱ থাকৰেৰ নেতৃত্বৰ শিৱসেনা, ওড়িশাৰ মুখ্যমন্ত্ৰী নৱীন পাটনায়কৰ দল বীজু জনতা দল (BJD), নীতিশ কুমাৰৰ জনতা দল ইউনাইটেড (JDU), শিৰোমণি আকালী দল, মায়াৱতী নেতৃত্বাধীন বহুজন সমাজ পাৰ্টী (BSP), AIADMK, টিডিপি, ৱাইএছআৰচিপি আৰু চিৰাগ পাছৱানৰ লোক জনশক্তি পাৰ্টী (ৰামবিলাস)।

আনহাতে, যশৱন্ত সিনহাক কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, এনচিপি, ভাৰতীয় কমিউনিষ্ট পাৰ্টী, সমাজবাদী পাৰ্টী, নেচনেল কনফাৰেন্স, AIMIM, ৰাষ্ট্ৰীয় জনতা দল আৰু এআইইউডিএফে সমৰ্থন আগবঢ়াইছে।

অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়েও বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহাক সমৰ্থন দিয়াৰ ঘোষণা কৰিছে ইতিমধ্যে।
আনহাতে দেশৰ অন্যতম ৰাজ্য অৰুণাচল প্ৰদেশ।আজি পুৱা ১০ বজা পৰা অৰুণাচল প্ৰদেশতো সাংসদ বিধায়ক সকলে নিজৰ ভোটদানৰ প্ৰদান কৰিছে।

মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুয়ে নিজৰ ভোট জনজাতি পক্ষত দিয়া বুলি উল্লেখ কৰিছে।

Hot this week

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

Related Articles

Popular Categories

Assam
light rain
28 ° C
28 °
28 °
83 %
1.6kmh
99 %
Tue
33 °
Wed
29 °
Thu
32 °
Fri
28 °
Sat
27 °