শোণিতপুৰত ১৪৪ ধাৰা জাৰি

সামাজিক মাধ্যমত উৰাবাতৰি প্ৰচাৰ কৰি দেশৰ কোনো কোনো ঠাইত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত শোণিতপুৰ জিলাৰ আইন শৃংখলাজনিত পৰিস্থিতি অটুট ৰখাৰ উদ্দেশ্যে জিলাখনত জাৰি কৰা হৈছে 144 ধাৰা ৷ শোণিতপুৰ জিলা দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কিছু নিষেধাজ্ঞা জাৰি কৰিছে /

Be the first to comment

Leave a Reply

Your email address will not be published.


*