অসম ৰাইফলছৰ বেটেলিয়নৰ লখৰা উদ্যোগত
মনস্তাত্ত্বিক পৰামৰ্শ আৰু সুস্থতাৰ ওপৰত আলোচনা চক্ৰ সম্পন্ন ::

অসম ৰাইফলছৰ বেটেলিয়নৰ লখৰা উদ্যোগত
মনস্তাত্ত্বিক পৰামৰ্শ আৰু সুস্থতাৰ ওপৰত আলোচনা চক্ৰ সম্পন্ন ::

বিশ্বনাথ12 জুন ::

অসম ৰাইফলছ
মুখ্য কাৰ্যালয় ২১ চেক্ট/আইজিএআৰ(ই)ৰ অধীনত শনিবাৰে অসম ৰাইফলছৰ লখৰা বেটেলিয়নৰ উদ্যোগত শোণিতপুৰ জিলাৰ লখৰা অসম ৰাইফলছ প্ৰেক্ষাগৃহত মনস্তাত্ত্বিক পৰামৰ্শ আৰু সুস্থতাৰ ওপৰত আলোচনা চক্ৰ আয়োজন কৰে ।

এই আলোচনা চক্ৰ খন
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত অনুশীলন কৰি থকা ডাঃ চেহনাজ আহমেদে (ক্লিনিকেল চাইকোলজিষ্ট) দ্বাৰা পৰিচালনা কৰা হয়।

আলোচনা চক্ৰ মূল উদ্দেশ্য জোৱান যুঁজাৰু সকলক মানসিক চাপ নিয়ন্ত্ৰণৰ কৌশল আৰু এক সু-সংগত জীৱন শৈলী অনুসৰণ কৰাৰ উপায়ৰ বিষয়ে সজাগ কৰা সৃষ্টি বাবে এই আলোচনা চক্ৰ ভাগ আয়োজন কৰে অসম ৰাইফলছে।

এনে সমস্যা পৰিহাৰ কৰাৰ উপায়ৰ সৈতে এডিএছ, উচ্চ বিপি আৰু বৈবাহিক বিভেদৰ দৰে সমসাময়িক বিষয়বোৰ মনোবিজ্ঞানী জনে বহলাই আলোচনা কৰে অসম ৰাইফলছ জোৱান সকলৰ সন্মুখত। এই অনুষ্ঠানটো
পৰিচালনা কৰা লেকত মুঠ ০৪ অফফ্ৰ, ১২ জেচিঅ’ আৰু ১৯৫ অ’আৰে অংশগ্ৰহণ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*