ভাৰত চৰকাৰৰ বাঘা বাঘা বিষয়াই বোধহয় বলে নোৱাৰি ড৹ শৰ্মাৰ শৰণাপন্ন‌ হৈছে

সৰু লৰাই চোৰ- পুলিচ খেলাৰ দৰে মুখ্যমন্ত্ৰীয়ে বিদেশী গুপ্তচৰ ধৰাৰ খেল‌ খেলিবলৈ গৈ বহুমুখী প্ৰতিভাৰ পৰিচয় দিছে। হাতেলোটে ধৰা পেলাইছে অপৰাধ। কে’ছটো ন’ বছৰ পুৰণি। […]

অসমীয়া যুৱক যুৱতীয়ে কাৰিকৰী দিশত যথেষ্ট আগবাঢ়িছে: সৌন্দৰ্য বিশেষজ্ঞ ৰাজু ৰিয়াজ

উত্তৰ গুৱাহাটীত অত্যাধুনিক পাৰ্লাৰ মুকলি বৰ্তমান অসমীয়া যুৱক যুৱতীয়ে কাৰিকৰী দিশত যথেষ্ঠ আগবাঢ়িছে। যাৰ বাবে বিউটি পাৰ্লাৰ দৰে কাৰিকৰী দিশতো অসম নহয় ভাৰত নহয় আন্তৰাষ্ট্ৰীয় […]

সংসদৰ কাৰ্যক্ৰমত বড়ো, মণিপুৰীকে ধৰি ৬টা নতুন ভাষাৰ অন্তৰ্ভুক্তি

প্ৰসিদ্ধ পণ্ডিত, সাহিত্যিক ড° বাণীকান্ত কাকতিদেৱে কৈ গৈছিল- ‘ভাষাৰ বান্ধেই সমাজ আৰু ৰাষ্ট্ৰৰ বান্ধ।’ সংসদৰ কাৰ্যক্ৰমত বড়ো, মণিপুৰী, সংস্কৃত, ডোগৰী, মৈথিলী আৰু উৰ্দু ভাষাক অন্তৰ্ভুক্ত […]

গ্ৰামীণ ভাৰত মহোৎসৱ, নৰ্থইষ্ট গুৱাহাটী ২০২৫”ত পুতলা নাট মঞ্চায়ন

ৰূপক বৈশ্য, গুৱাহাটী ১৪ফেব্ৰুৱাৰী:- মহানগৰীৰ খানাপাৰাৰ ইন্দোৰ ষ্টেডিয়াম প্ৰাঙ্গণত নাবাৰ্ডৰ উদ্যোগত যোৱা ৮ ফেব্ৰুৱাৰীৰ অনুষ্ঠিত হৈছে গ্ৰামীণ ভাৰত মহোৎসৱ, নৰ্থইষ্ট গুৱাহাটী ২০২৫ৰ অনুষ্ঠান। অহা ১৬ফেব্ৰুৱাৰীলৈ […]

জানুৱাৰী মাহলৈকে প্ৰধানমন্ত্রী জন ধন যোজনাৰ অধীনত ৫৪ কোটিৰো অধিক বেংক একাউণ্ট

দেশত জানুৱাৰীৰ মাহলৈকে প্ৰধানমন্ত্রী জন ধন যোজনাৰ অধীনত ৫৪ কোটিৰো অধিক বেংক একাউণ্ট খোলা হৈছে। লোকসভাত এটা লিখিত উত্তৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয়, যে এই […]

গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰত-নেপাল সম্পর্কত গুৰু মৎসেন্দ্ৰনাথৰ দৃষ্টিভংগীঃ আন্তৰাষ্ট্ৰীয় সন্মিলন

১০ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ত ইনটেলেক্সুৱেল ফ’ৰাম অৱ নৰ্থ-ইষ্ট আৰু দক্ষিণ-পূৱ এছিয়া অধ্যয়ন কেন্দ্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত “ভাৰত-নেপাল সম্পর্কৰ মূল: গুৰু মৎসেন্দ্ৰনাথৰ দৃষ্টিভংগী” শীৰ্ষক […]