আনুষ্ঠানিকভাবে আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিলে পাৰ্থ সাৰথি মহন্তই

আজি আনুষ্ঠানিকভাবে আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিলে পাৰ্থ সাৰথি মহন্তই নতুন দায়িত্ব লৈয়েই গুৱাহাটীবাসী ৰাইজলৈ নতুন হেল্পলাইন নম্বৰ মুকলি ওজৰ-আপত্তি তথা সমস্যাৰ বিষয়ে whats […]

৬ জানুৱাৰীৰ পৰা গুৱাহাটীত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৰ্বভাৰতীয় আন্তঃমণ্ডল ক্ৰিকেট প্ৰতিযোগিতা

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ নতুন দিল্লীস্থিত মূখ্য কাৰ্যালয়ৰ ক্ৰীড়া নিয়ন্ত্ৰণ পৰিষদৰ উদ্যোগত আৰু গুৱাহাটীৰ বৰঝাৰস্থিত উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় ক্ৰীড়া নিয়ন্ত্ৰণ পৰিষদৰ সহযোগত অহা ৬ জানুৱাৰীৰ […]

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ

গুৱাহাটীৰ পাণ্ডু টেম্পলঘাটস্থিত ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্বন আৰু কৰুণা ট্ৰাষ্টৰ যৌথ উদ্যোগত আজি মহাবিদ্যালয় চৌহদত এক বিনামূলীয়া চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। শিবিৰত […]

গোলাঘাটত সংকল্পিত ভাওনা সমাৰোহৰ মুখপত্ৰ ‘অগ্নিগড়’উন্মোচন

গোলাঘাটৰ পুষ্পবিলাস ক্ষেত্ৰত অনুষ্ঠিত প্ৰথম বাৰ্ষিক সংকল্পিত ভাওনা সমাৰোহৰ মুখপত্ৰ ‘অগ্নিগড়’ শনিবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। লেখিকা-সমাজসেৱিকা টুটুমণি দত্তৰ সম্পাদনা কৰা আলোচনীখন উন্মোচন কৰে সংকল্পিত […]

পানী যোগান পাইপ বিস্ফোৰণত সৰ্বাধিক ক্ষতিগ্ৰস্ত ৪টা পৰিয়ালক ক্ষতিপূৰণ অসম চৰকাৰৰ

যোৱা ২ জানুৱাৰীৰ পুৱা গুৱাহাটীৰ খাৰঘুলি অঞ্চলত সংঘটিত পানী যোগান পাইপ বিস্ফোৰণত সৰ্বাধিক ক্ষতিগ্ৰস্ত চাৰিটা পৰিয়ালক দিনটোৰ ভিতৰতে অসম চৰকাৰে ক্ষতিপূৰণ প্ৰদান কৰাৰ পাছত পূৰ্বৰ […]

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ডাঠ কুঁৱলীৰ সতৰ্কবাণী

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ডাঠ কুঁৱলীৰ সতৰ্কবাণী ; দুৰ্ঘটনা ৰোধৰ বাবে নিশাৰ ভাগত সাৱধানতাৰে বাহন চলাবলৈচালকক আহ্বান পৰিবহণ বিভাগৰ বিগত কিছুদিন ধৰি ৰাজ্যৰ বেছিভাগ ঠাইতে […]