ভাৰতীয় সেনা আবুল কাশেমৰ বিৰুদ্ধে নাৰী নিৰ্যাতন আৰু শিশু হত্যাৰ অভিযোগ

আজি ৰাতিপুৱা বঙাইগাঁও জিলাৰ বালাৰচৰ বানিজ্য বজাৰত ৰাস্তা অৱৰোধ কৰি এজন নাৰী নিৰ্যাতনকাৰী, সন্দেহজনক শিশুহত্যাকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ। ভাৰতীয় সেনা জোৱান আবুল কাশেমক গ্ৰেপ্তাৰৰ দাবীত […]

সাম্প্ৰতিক পৰীক্ষাৰ ফলাফল আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱনত ইয়াৰ প্ৰভাৱৰ ওপৰত ৰঙাপৰা মহাবিদ্যালয়ৰ অন লাইন কৰ্মশালা

♦উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল্যায়ন প্ৰক্ৰিয়া যদি বৈধ হয়, মূল্যায়নৰ প্ৰমাণ পত্ৰ ও বৈধ হ’ব লাগে। চৰকাৰৰ নীতি নিয়ম অনুসৰিয়ে এই মূল্যায়ন […]

নলবাৰীত কেক প্ৰস্তুত কৰি স্বাৱলম্বীতাৰ এক সুন্দৰ নিদৰ্শন এগৰাকী মহিলাৰ

■ নলবাৰীত কেক প্ৰস্তুত কৰি স্বাৱলম্বীতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে এগৰাকী মহিলাই। নলবাৰী জিলাৰ গোপাল বজাৰৰ বাসিন্দা ৰূপালী শৰ্মাই কেক প্ৰস্তুত কৰি এক সুন্দৰ […]

তিনি বছৰত ৩৮ মিটাৰ দলং, যমৰ যাতনাত ৰাইজ

শামুকৰ গতিতত চলিছে কোকিলা-গুনিয়ালগুৰী দলংৰ কাম বঙাইগাঁও-বৰপেটা জিলাৰ সীমান্ত এলেকা কোকিলা-গুনিয়ালগুৰী সংযোগী দলং খন ২০১৮-১৯ বৰ্ষত লাচিত চিলাৰায় আঁচনিৰ অধীনত বিধায়ক আব্দুল হাই নাগৰীয়ে ২০১৮ […]

নলবাৰীত কেৰাচিনৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান || জব্দ কেৰাচিন, সোধ পোছৰ বাবে আটক এজনক

■ কেৰাচিনৰ বিৰুদ্ধে নলবাৰীত আৰক্ষীৰ ধাৰাবাহিক অভিযান। জিলাখনত ঘগ্ৰাপাৰ আৰক্ষীয়ে আজিৰ দিনটোত কেইবাটাও প্ৰান্তত চলালে অভিযান। উল্লেখযোগ্য যে জিলাখনৰ গুৱাকুছি গাওঁৰ এগৰাকী সুলভ মূল্যৰ দোকানীৰ […]

শিৱসাগৰত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ

■ শিৱসাগৰ জিলাৰ নাম-তি মিছাজান ৰজাবাৰী অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰা এটা চিনাকি নাম “বাঘ”। উক্ত অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰা এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ যোৱা নিশা […]

কৃষ্ণাইত বান্দৰ উদ্ধাৰঃ বন বিভাগে মেলি দিলে টুক্ৰেশ্বৰী দেৱালয় চৌহদত

■ গোৱালপাৰা জিলা কৃষ্ণাই আঞ্চলিক বন বিভাগে আজি কৃষ্ণাইৰ কাষৰীয়া গুৰীয়া হাতেচোঙৰ পৰা এটা বান্দৰ উদ্ধাৰ কৰে। জানিব পৰা খাদ্যৰ সন্ধানত জাকৰ পৰা ফালৰি কাটি […]

সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ স্মৃতিত ধুবুৰী জিলা সাহিত্য সভা আৰু নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ‘কাব্যসেঁতু’ সম্পন্ন

■  নলবাৰী জিলা সাহিত্য সভা আৰু ধুবুৰী জিলা সাহিত্য সভাৰ যৌধ উদ্যোগত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ স্মৃতি দিৱস উপলক্ষে ৪ জুলাইত ‘কাব্যসেঁতু’ নামেৰে এটি […]