কবিতা গণসংযোগী হোৱা দৰকাৰ—কবি প্ৰণৱ কুমাৰ বৰ্মন
■ নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত উন্মোচন ‘সূৰুযমুখীৰ হাঁহিত বেদনাৰ ৰং’ নলবাৰী : আধুনিক কবিতাৰ কবিসকল সচেতন হোৱা উচিত । কবিসকল সমাজৰ একোটি অংগ । […]
■ নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত উন্মোচন ‘সূৰুযমুখীৰ হাঁহিত বেদনাৰ ৰং’ নলবাৰী : আধুনিক কবিতাৰ কবিসকল সচেতন হোৱা উচিত । কবিসকল সমাজৰ একোটি অংগ । […]
● ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদ || আজি ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়া শিৱ মন্দিৰ প্ৰাংগণত অসম চৰকাৰৰ অপৰিশোধিত আঁচনিৰ অধীনত ২০১৮-১৯ বর্ষৰ দহ লাখ […]
■ ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদ || লাইকা দধিয়া বাসীৰ পুনৰ সংস্থাপনৰ দাবীত আজি অসম জাতীয় পৰিষদৰ কামৰূপ জিলা আহ্বায়ক সমিতিৰ উদ্যোগত ৰঙিয়াৰ মাজমজিয়াত অৱস্থিত […]
গৌৰিপুৰৰ পৰা আনিছুৰ আলিঃ নিৰবচ্ছিন্নভাবে একনিষ্ঠাৰে কৰ্ম কৰি যোৱাৰ বাবে সংবাদ সেৱা আগবৰাই অহা ধুবুৰী জিলাৰ সাংবাদিক আজিজুৰ ৰহমানক গুৱাহাটী আৰু ধুবুৰীৰ পৰা প্ৰকাশিত অসমীয়া […]
কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলাৰ কৃষ্ণাই উন্নয়ণ খণ্ডৰ অন্তৰ্গত ভেলাখামাৰত আজি এটা গুৰুত্বপূৰ্ণ গ্ৰাম্যপথৰ আধাৰশিলা স্থাপন কৰা হয়৷ কৃষ্ণাই মৰনৈ গড়কাপ্তানী পথৰ […]
সমগ্ৰ দেশৰ ৬০০ খন জিলাত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ তৃতীয় পৰ্যায় মুকলি কৰা হ’ব। দক্ষতা বিকাশ আৰু উদ্যমশীলতা মন্ত্ৰ্যালয়ৰ নেতৃত্বত ৰূপায়ণ কৰা এই যোজনাৰ তৃতীয় […]
♦ মৃন্ময় শইকীয়া, তেজপুৰঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আজি মুকলি হয় ভোগালী জলপানৰ বিপণী৷ চাকৰিৰ আশা নকৰি জামুগুৰিহাটৰে এজন যুবক নাম কৌশিক শইকীয়াই আজিৰ পৰা আৰম্ভ […]
■ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত ৪ নং ৱাৰ্ডৰ এলেকাধীন পশ্চিম কামাখ্যা অঞ্চলটো শৈক্ষিক দিশত একেবাৰে অনগ্ৰসৰ। বিভিন্ন জনগোষ্ঠীৰ লোকে বসবাস কৰা উক্ত অঞ্চলটোত শিক্ষা গ্ৰহণৰ […]
● ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদ ■ ৰঙিয়াৰ স্বাভিমানী আৰু বীৰ পুৰুষ সকলৰ বংশধৰ ৰঙিয়াৰ ৰাইজে মিলি প্ৰতি বছৰে গৌৰৱ উজ্জ্বল ৰঙিয়া ৰাইজমেলৰ বছৰেকীয়া অনুষ্ঠানটি […]
♦ ৰঙাপৰাঃ চাহ শ্ৰমিকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ইতিমধ্যে ৰাজ্যত অনুষ্ঠিত হৈ আহিছে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী। নতুন বৰ্ষৰ আৰম্ভণিৰ লগে লগে ইতিমধ্যে আৰম্ভ হৈছে প্ৰতিবাদী […]
Copyright © 2025 | WordPress Theme by MH Themes