31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অৰ্থনীতি বিষয়ৰ বিষয় শিক্ষক প্ৰসন্ন বৈশ্যৰ মৃত্যু

    ■ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অৰ্থনীতি বিষয়ৰ বিষয় শিক্ষক প্ৰসন্ন বৈশ্য আজি দিনৰ ১ বজাত GMCH ত চিকিৎসাধীন অৱস্থাত দেহাৱসান হয়। তেখেতৰ মৃত্যুত ৰঙিয়াত শোকৰ ছাঁ পৰে। সকলো দল-সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। কাইলৈ পুৱা ১০ বজাত তেখেতৰ নশ্বৰ দেহ ৰঙিয়ালৈ অনা হব বুলি পৰিয়ালে জানিবলৈ দিয়ে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds