শেহতীয়া আপডেটঃ

৭১ বছৰীয়া বৃ্দ্ধাক বিয়া কৰালে ১৮ বছৰীয়া যুৱকে :

 

অনলাইন ডেস্ক :প্ৰেম সঁচাই আচৰিত। প্ৰেমৰ শক্তিৰে মানুহে কি কি যে নকৰে! প্ৰেমে বয়সৰ সীমা নামানে বুলি কোৱা হয়।

প্ৰথম দৃষ্টিতেই প্ৰেমত পৰিয়েই এজন ১৮ বছৰীয়া যুৱকে বিয়া পাতিলে ৭১ বছৰীয়া বৃ্দ্ধাক।

আন ১০ জনে এই প্ৰেমক দেখি নাক কোচালেও তেওঁলোকে কিন্তু নিজৰ প্ৰেমক লৈ, নিজৰ সংসাৰক লৈ অত্যন্ত সুখী।

আনে তেওঁলোকক দেখি কি কয় সেয়া কোনোদিন এই দম্পতীয়ে গুৰুত্ব দিয়া নাই। বৰ্তমান যুৱকজনৰ বয়স ২৩ আৰু মহিলাগৰাকীৰ বয়স ৭৬
। তেওঁলোক যেতিয়া বিবাহপাশত আৱদ্ধ হৈছিল তেতিয়া যুৱকজন আছিল ১৮ বছৰীয়া আৰু মহিলাগৰাকী আছিল ৭১ বছৰীয়া।

স্বামীৰ নাম গেৰী হাৰ্ডৱিক আৰু পত্নীৰ নাম আলমেডাৰ। ৬ বছৰ পূৰ্বে গেৰী হাৰ্ডৱিক আৰু আলমেডাৰে সংসাৰৰ পাতনি মেলিছিল। আলমেডাৰৰ পুত্ৰৰ অন্ত্যেষ্টিক্ৰিয়াত গেৰী উপস্থিত আছিল।

সেই প্ৰথম দৃষ্টিতেই দুয়ো দুয়োৰে প্ৰেমত পৰিছিল। ১৮ বছৰীয়া গেৰী বহুদিনৰ পৰা এগৰাকী প্ৰেমিকাৰ সন্ধানত আছিল কিন্তু তেওঁ মনে মিলা কাকোকে পোৱা নাছিল। কিন্তু বৃদ্ধা আলমেডাৰক দেখাৰ লগে লগেই প্ৰেমত পৰে গেৰী।


যুৱকজনে খুব সোনকালেই বৃদ্ধাগৰাকীক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ায়। আলমেডাৰেও অলপো পলম নকৰি গেৰী হাৰ্ডৱিকৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰে।

প্ৰেম আগবঢ়াই নিবৰ বাবে দুয়ো সোনকালেই বিয়া পতাৰ সিদ্ধান্ত লয়।
এই সম্পৰ্কটো আগুৱাই নিবলৈ কিন্তু প্ৰেমিকযুগলে বহু বাধা নিষেধ অতিক্ৰম কৰিব লগা হৈছিল। তথাপিও এজনেও আনজনৰ লগ নেৰিলে।

অৱশেষত সকলো বাধা অতিক্ৰমি চিৰজীৱনৰ বাবে দুয়ো এক হয়। খুব ধুনীয়াকৈ গেৰী আৰু আলমেডাৰ আগবাঢ়ি গৈছে সংসাৰ যাত্ৰাত। তেওঁলোক এতিয়া সুখী দম্পতী।

কিছুদিন পূৰ্বে ৬ বছৰীয়া বিবাহ বাৰ্ষিকী খুব ধুমধামেৰে উদযাপন কৰে গেৰী আৰু আলমেডাৰে। তেওঁলোক খুব সুখী দম্পতী।যিসকলে তেওঁলোকৰ সম্পৰ্কটোক লৈ নানা ধৰণৰ অৰ্থহীন কথা কৈছিল,সেইসকলৰ লগত কোনো সম্পৰ্ক ৰখা নাই গেৰী আৰু আলমেডাৰে।


এই দুয়ো পতি-পত্নী ছ’চিয়েল মিডিয়াত বৰ সক্ৰিয়। তেওঁলোকে প্ৰায়ে ৰোমাণ্টিক ফটো বা আন যিকোনো ধৰণৰ সুখী মূহুৰ্তৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে।

বাতৰি সংগ্ৰহ প্ৰাগ নিউজ। ফটো সংগ্ৰহ: https://www.msn.com/en-gb/lifestyle/family-relationships/71-year-old-woman-marries-17-year-old-boy-just-three-weeks-after-meeting-him/ar-BBumKLB

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.