31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    স্বেচ্ছাসেৱী সংগঠনৰ প্ৰশংসনীয় 

     

    অসম খবৰ নলবাৰী: ফইজুল হক চৌধুৰী।

    নলবাৰীৰ অন্যতম  স্বেচ্ছাসেৱী সংগঠৰ সৃষ্টি বিগত বৰ্ষৰ দৰে এইবেলিও দীপাৱলীত ব্যৱহাৰ হোৱা কলগছ সমূহ  হাতীৰ খাদ্যৰ বাবে পযোগান ধৰে সংগঠনটোৰ সদস্য সকলে।

    উল্লেখ্য যে স্বেচ্ছাসেৱী সংস্থাটোৱে যোৱা দুদিন ধৰি নলবাৰী চহৰকে ধৰি জিলাখনৰ ভিন্ন প্ৰান্তৰ কলগছ সমূহ নলবাৰী পৌৰ সভাৰ সহায়ত সংগ্ৰহ কৰি নলবাৰী মহাবিদ্যালয় খেলপথাৰত ৰাখি আজি পাচখনকৈ গাড়ীৰে ১৫০০০ কলগছ মানস অভয়াৰণ্যত থকা বনৰীয়া হাতীৰ বাবে প্ৰেৰণ কৰে।

    ইফালে
    ৰাজ্যৰ অব্যাহত হস্তী মানুহৰ সংঘাত খাদ্যৰ অভাৱত।এই সমূহ কলগছ বন্যহস্তীৰ খাদ্যৰ ক্ষেত্ৰত যথেষ্ট সকাহ হ’ব বুলি আশা কৰে সদস্য সকলে।

    সংগঠনটোৰ এই প্ৰচেষ্টাত সকলোৱে শলাগ লৈছে।

    ইফালে উক্ত সংস্থাটোৱে ইয়াৰ উপৰিও প্ৰকৃতিৰ সুৰক্ষাৰ ক্ষেত্ৰত গছপুলি ৰোপনকে ধৰি বিভিন্ন পদক্ষেপ লৈ আহিছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds