31.3 C
Guwahati
Thursday, November 20, 2025
More

    শেহতীয়া আপডেটঃ

    সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ(Dr Bhupen Hazarika) দিন

    সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্ম জয়ন্তী ::

    সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্ম দিনৰ শুভেচ্ছা জনালোঁ অসম খবৰ পৰিয়ালৰ তৰফৰ পৰা ৷ সুৰ, সংগীত আৰু এক মহান ব্যক্তিত্বৰে সমগ্ৰ দেশতে এগৰাকী অসমীয়া হিচাপে পৰিচয় দাঙি ধৰিছিল ভূূূপে দাই। ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত তিনিচুকীয়া জিলাৰ শদিয়াত জন্মগ্ৰহণ কৰিছিল সুধাকণ্ঠই ৷

    পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তি প্ৰিয়া হাজৰিকা দহোটি সন্তানৰ ভিতৰত জ্যেষ্ঠ পুত্ৰ আছিল তেওঁ ৷ সংস্কৃতিবান এই হাজৰিকা পৰিয়ালটোৰ সন্তান ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, সমৰ হাজৰিকাকে ধৰি প্ৰতিগৰাকীৰেই আছে সংগীত জগতত এক সুকীয়া পৰিচয় ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds