31.3 C
Guwahati
Sunday, February 15, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    বিহালীত সহযোগ নিধি ২০২২-২৩ শুভাৰম্ভ বিধায়ক ৰঞ্জিত দত্তৰ :

    বিহালীত সহযোগ নিধি ২০২২-২৩ শুভাৰম্ভ বিধায়ক ৰঞ্জিত দত্তৰ :

    বিশ্বনাথ ৪ জানুৱাৰী :
    মঙলবাৰে বিহালী সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ
    বাঘমৰা মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টীৰ “সহযোগ নিধি ২০২২-২৩”ৰ দলীয় বৰঙণি সংগ্ৰহ অভিযান শুভাৰম্ভ কৰে বিহালী সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্তই।
    সভাত বঘমৰা মণ্ডলত বিজেপি কৰ্মী সকলে বিধায়কৰ হাতত দলটো অধিক শক্তিশালী কৰিবলৈ কিছু কিছু বৰঙণি আগবঢ়াই।


    ইফালে এই দলীয় বৰঙণিৰ অভিযানে ভাৰতীয় জনতা পাৰ্টীৰ দলটোৰ প্ৰতিগৰাকী দলীয় কাৰ্যকৰ্তাৰ সহযোগিতা বাবে বিজেপি দলটোক অধিক শক্তিশালী কৰিব বুলি মন্তব্য কৰে বিধায়ক ৰঞ্জিত দত্তই।
    দত্তই লগতে কয় এই বৰঙণিয়ে
    ভাৰতীয় জনতা পাৰ্টিৰ সংকল্প সুৰক্ষিত আৰু বিকশিত অসম লক্ষ্য অধিক আগুৱাই নিয়াত সহায় কৰিব বুলি ও প্ৰকাশ কৰে।
    সভাত বাঘমাৰ মণ্ডলৰ সভাপতি দধিৰাম শৰ্মাকে ধৰি বহু কেইজন জ্যেষ্ঠ বিজেপি কৰ্মী লগতে বাঘমাৰ মণ্ডলৰ অধিনৰ পঞ্চায়ত প্ৰতিনিধি উপস্থিত থাকি বৰঙণি আগবঢ়াই ।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.