শেহতীয়া আপডেটঃ

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

অসম খবৰ বিশ্বনাথ ২১ মে ২০২৫:

এইবাৰ বিশ্বনাথত অনা অসমীয়া এজন ব্যৱসায়ীৰ কু কাণ্ড পোহৰলৈ আহিছে। সম্প্ৰতি এই ব্যৱসায়ীজনক বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে কালি নিশা বিশ্বনাথ নগৰৰ মাজমজিয়াত থকা এখন চাহৰ হোটেলৰ ভিতৰত এগৰাকী কিশোৰীৰ লগত অসংযত অৱস্থাত বিশ্বনাথ আৰক্ষীয়ে উদ্ধাৰ কৰে ভাৱৰলাল স্বামী নামৰ ব্যৱসায়ীজনক। অভিযোগ উঠামতে চাহৰ হোটেলখনৰ স্বত্বাধিকাৰ ভাৱৰলাল স্বামীয়ে কালি নিশা হোটেলখনত বিশ্বনাথৰ এগৰাকী কিশোৰীৰ বাহিৰে কোনো নথকাৰ সুযোগ গ্ৰহন কৰি হোটেল দুৱাৰ বন্ধ কৰি দিয়ে। সেই সময়তে হোটেলখনৰ বাহিৰত কিছু দুৰৈত থকা এজন ব্যক্তিয়ে হোটেলৰ ভিতৰত কিশোৰী গৰাকী থকা অৱস্হাতে ভাৱৰলালে হোটেলৰ দুৱাৰ বন্ধ কৰা দেখি সন্দেহ কৰি বিশ্বনাথ আৰক্ষীক খবৰ দিয়ে। কিছু সময়ৰ পিছত আৰক্ষীৰ এটা দল হোটেলখনত উপস্হিত হয় আৰু অসংযত অৱস্হাত কিশোৰী গৰাকীৰ লগতে লম্পট ভাৱৰলালক উদ্ধাৰ কৰে। ইতিমধ্যে বিশ্বনাথ আৰক্ষীয়ে ৯৮/২০২৫ নম্বৰত গোচৰ ৰুজু কৰি বি এন এচ ৬৪(১)/ ৬২ আৰ ডব্লিউ পকচ’ আইনৰ চেকচন ৮ গ্ৰেপ্তাৰ কৰি সোধাপোছা অব্যাহত ৰাখিছে লম্পট ভাৱৰলাল স্বামীক ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.