31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    নলবাৰীত বজ্ৰপাত পৰি মহিলাৰ কৰুণ মৃত্যু

    ■ ভূঁই ৰুই থাকোঁতে সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা

    ■ নলবাৰী জিলাৰ পূব-কালাগুচিৰ জাহা-চৰিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত চৰিয়াত বজ্ৰপাত পৰি এগৰাকী ২৮ বছৰীয়া মহিলা নিহত হৈছে।

    ■ মহিলাগৰাকী নলবাৰী জিলাৰ জাহা চৰিয়া গাওঁৰ নিবাসী সঞ্জয় বেজবৰুৱাৰ পত্নী মধুস্মিতা বেজবৰুৱা বুলি জানিব পৰা গৈছে।

    ■ ভূঁই ৰুই থাকোতে সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘাটনা।

    ■ মৃত মহিলাগৰাকীৰ এগৰাকী ১২ বছৰীয়া কন্যা সন্তান আৰু এটি ৫ বছৰীয়া ল’ৰা সন্তান আছিল বুলি জানিব পৰা গৈছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds